DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কথা আছিল ঘৰে ঘৰে বিদ্যুৎ সেৱাৰ; পিচে এতিয়াও চাকিৰ পোহৰতে সপোন দেখিছে বহু ছাত্ৰ-ছাত্ৰীয়ে

ইয়াছিন আলী by ইয়াছিন আলী
June 7, 2021 6:31 am
IMG_20210606_173126

ফটো: নৰ্থইষ্ট নাও।

276
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলা তথা সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত নাম্বাৰপাৰা প্ৰথম খণ্ডত আজিও বিদ্যুত সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে বহু পৰিয়াল।

আজিৰ দিনতো চাকিৰ পোহৰত নিজৰ ভৱিষ্যত জীৱনৰ সপোন দেখি আছে এই বিদ্যুৎ বঞ্চিত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে।

প্ৰায় এবছৰ পূৰ্বে  খুটা পুতিছিল যদিও আজিলৈকে বিদ্যুৎ সংযোগ কৰা নাই বিদ্যুৎ বিভাগে। আনকি বিদ্যুৎ সংযোগৰ আগতেই কেইবাটাও খুটা যোৱা বছৰ ধুমুহাই ভাঙি পেলায়।

কিছু ঠাইত বিদ্যুৎ সংযোগ আছে যদিও বাহ, তামোল গছ আদিকে খুটা হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। বহু ঠাইত মাটিৰ পৰা ১/২ ফুট উচ্চতাত বিদ্যুৎ পৰিবাহী তাঁৰ টানি লোৱা দেখা গৈছে। ফলত যিকোনো সময়ত ভয়ংকৰ বিপদ ঘটিব পাৰে।

সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াক বহুবাৰ অনুৰোধ কৰিও সুফল পোৱা নাই স্থানীয় লোকসকলে। আনকি ঠিকাদাৰৰ খামখেয়ালিৰ বাবে এনেকুৱা হৈ আছে বুলি একাংশই অভিযোগ কৰিছে। প্ৰতিখন গাঁৱতে যেন বিদ্যুৎ সংযোগ তথা ডিজিটেল ভাৰতৰ এয়া বাস্তৱ ৰূপ।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd