• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডৰ নামত চলিছে নেকি ৰাজনীতি! বিজেপি নেত্ৰীৰ পুত্ৰৰ ভাষ্যত প্ৰতিক্ৰিয়া

‘সংবাদ মাধ্যমত প্ৰকাশ কৰিছিলা, গতিকে সাংবাদিকে দিব খাদ্য'; এই ভাষ্য বিজেপি নেত্ৰীৰ পুত্ৰৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 8, 2020 12:23 pm
20200808_111620

খাদ্য সামগ্ৰীৰ পৰা বঞ্চিত শিৱসাগৰৰ কন্টেইনমেন্ট জ'নৰ বাসিন্দাৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

484
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ জামাল আহমেদ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

২৪ জুলাইৰ পৰা কন্টেইনমেন্ট হৈ থকা আৱাসিক চৌহদৰ লোক সকলে খাদ্য সামগ্ৰী নোপোৱাৰ বাবেই এই প্ৰতিবাদ।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোকে আজি ১৩ দিনে যমৰ যান্ত্ৰনাত ভূগিছে।

চৌহদটোত প্ৰায় ১৫ টা পৰিয়ালৰ প্ৰায় ৭০ জন মান ব্যক্তি বাস কৰে আৰু বিগত সময়ত তেওঁলোকে খাদ্য সামগ্ৰী বিচাৰি প্ৰশাসনক ফোন যোগে অৱগত কৰিছিল আৰু প্ৰশাসনৰ লোক আহি তেওঁলোকৰ নাম লৈ যায়।

কিন্তু আজি পৰ্যন্ত এইসকল লোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ বাবে অন্য লোকেও সহায় কৰিব পৰা নাই এই লোকসকলক।

এই কথা সংবাদ সাধ্যমত প্ৰকাশ পোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া খাদ্য সামগ্ৰী লৈ এখন গাড়ী উপস্থিত হয় অঞ্চলটোত।

কিন্তু এই সাহায্য তেওঁলোকৰ বাবে নহয় বুলি কয় ক’ভিডৰ দায়িত্বত থকা এগৰাকী বিজেপিৰ নেত্ৰীৰ পুত্ৰই।

সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আহি তেওঁ কয় এই সাহায্য তেওঁলোকৰ নহয় আন্য স্থানৰ বাবেহে। ‘তোমালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছা যেতিয়া সাংবাদিকে সাহায্য দিব’ বুলি উপলুঙা কৰে বিজেপি নেত্ৰীৰ পুত্ৰই। এই  অভিযোগ কন্টেইনমেন্ট জ’নৰ বাসিন্দা সকলৰ।

ইয়াৰ বাবে আৱাসিক চৌহদটোৰ বাসিন্দা সকলে প্ৰতিবাদ কৰে। তেওঁলোকৰ দাবী হয় প্ৰশাসনে খাদ্য সামগ্ৰী দিয়ক নহয় কন্টেইনমেন্ট জ’ন উঠাই দিয়ক।

প্ৰশাসনৰ তৰফৰ পৰা আৱাসিক চৌহদটোলৈ অহা খাদ্য সামগ্ৰী তেওঁলোকক নিদি কিয় অন্য স্থানলৈ নিয়া হ’ল ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

ইপিনে, শিৱসাগৰত ক’ভিডৰ নামত ৰাজনীতি চলিছে নেকি বুলি প্ৰশ্ন কৰিছে একাংশ সচেতন মহলে।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd