• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকাশত ৰঙা চন্দ্ৰ! আজি বছৰটোৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ক’ত, কেতিয়া দেখা পোৱা যাব এই বিৰল গ্ৰহণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2022 10:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Unique total lunar eclipse today আজি বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। কলকাতা, গুৱাহাটীকে ধৰি উত্তৰ-পূব ভাৰতৰ পৰা এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। কলকাতাত আবেলি ৪:৫২ বজাত চন্দ্ৰ উদয় হ’ব। তেতিয়াৰ পৰা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সন্ধিয়া ৫:১১ বজালৈকে অব্যাহত থাকিব। অৰ্থাৎ কলকাতাত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময় হৈছে ১৯ মিনিট। চন্দ্ৰগ্ৰহণ সন্ধিয়া ৬:১৯ বজাত শেষ হ’ব। ৫:১১ বজাৰ পৰা সন্ধিয়া ৬:১৯ বজালৈ আংশিক চন্দ্ৰগ্ৰহণ। কলকাতাত ১ ঘণ্টা ৮ মিনিটৰ বাবে এই আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব। গুৱাহাটীতো চন্দ্ৰগ্ৰহণৰ সময়সূচী প্ৰায় একেই থাকিব।

আজি কেৱল বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণেই নহয়, আকাশত বিৰল দৃশ্য দেখাৰ সুযোগো এই বছৰ শেষবাৰৰ বাবে উপলব্ধ হ’ব। পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মতে মঙলবাৰে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আকাশত ৰঙা চন্দ্ৰ দেখা যাব। গ্ৰহণৰ সময়ত পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ চেহেৰা এনেকুৱাই হ’ব যিটো বিৰল। অৱশ্যে ই পৃথিৱীৰ বহুতো ঠাইৰ পৰা দৃশ্যমান নহ’ব।

Apply Now

বিজ্ঞানীসকলে জানিবলৈ দিছে যে চন্দ্ৰগ্ৰহণ মঙলবাৰে দুপৰীয়া ২:৪০ বজাত আৰম্ভ হ’ব। অৱশ্যে চন্দ্ৰ আবেলি ৩:৪৬ বজাত সম্পূৰ্ণ স্থিতিত আহিব। গ্ৰহণৰ মৌলিক বিজ্ঞান অনুসৰি পৃথিৱী-সূৰ্য-চন্দ্ৰ সৰল ৰেখাত অৱ স্থান কৰিলে চন্দ্ৰগ্ৰহণ হয়। মঙলবাৰে গ্ৰহণৰ সময়ত চন্দ্ৰ পৃথিৱীৰ ছাঁত ঢাক খাই পৰিব। ইয়াৰ ৰং ৰঙা হ’ব। সন্ধিয়া আকাশত ৰঙা চন্দ্ৰ চাব পাৰিব।

চন্দ্ৰগ্ৰহণৰ সময় অনুসৰি ই দিনটোৰ পোহৰত আৰম্ভ হ’ব যদিও ইয়াক সন্ধিয়াহে খালি চকুৰে দেখা যাব। দিল্লী আৰু মুম্বাইত আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব। দিল্লীত সন্ধিয়া ৫:২৮ বজাত গ্ৰহণ আৰম্ভ হ’ব। শ্ৰেষ্ঠ দৃশ্যটো সন্ধিয়া ৫:৩১ বজাত দেখা যাব। মুম্বাইবাসীয়ে সন্ধিয়া ৬ বজাৰ অলপ পিছত গ্ৰহণ চাবলৈ সক্ষম হ’ব।

নাগপুৰ, বেংগালুৰু, ভুৱনেশ্বৰ, হায়দৰাবাদ, চেন্নাই, চণ্ডিগড় আৰু নয়ডাতো সন্ধিয়া ৫.৩০ বজাত বছৰটোৰ অন্তিমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ চাবলৈ সক্ষম হ’ব। ভাৰতৰ উপৰিও উত্তৰ আমেৰিকাৰ আকাশ, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ কিছু অংশত ৰঙা চন্দ্ৰ দেখা যাব। ইয়াৰ পিছত ২০২৫ চনৰ মাৰ্চ মাহত পৰৱৰ্তী পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd