DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাটিৰ তলতো পুতি ৰাখিছিল টকা! উদ্ধাৰ ১২৫ কেজি সোণ; ১০০০কোটিৰ সম্পত্তি কানপুৰৰ ব্যৱসায়ীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 12:33 pm
Piyush Jain
4k
VIEWS
Share on FacebookShare on Twitter

কানপুৰৰ সুগন্ধি দ্ৰব্যৰ ব্যৱসায়ী পীযুষ জৈনৰ গুপ্তধনৰ ৰহস্য লাহে লাহে পোহৰলৈ আহিছে। কানপুৰত ১৮৭কোটি টকা উদ্ধাৰ হোৱাৰ পাছত কনৌজৰ পৰা নগদ ৫কোটি টকা আৰু ১২৫কোটি টকাৰ সোণৰ লগতে উদ্ধাৰ হৈছে বহু কোটি টকাৰ অবৈধ নথিপত্ৰ।

ডিজিজিআইৰ অভিযানত এতিয়ালৈকে প্ৰায় ১০০০কোটি টকাৰ সম্পত্তি হিচাপ কৰি উলিওৱা হৈছে।

কনৌজত ব্যৱসায়ীগৰাকীৰ ঘৰৰ দেৱালৰ পৰা সোণ খহি পৰিছে আৰু মাটিৰ তলৰ পৰা টকাৰ বাণ্ডিল উদ্ধাৰ হৈছে।

দেওবাৰে সন্ধিয়ালৈকে তেওঁৰ ছিপট্টিত থকা তেওঁৰ ঘৰৰ পৰা ১২৫ কেজি সোণ উদ্ধাৰ হৈছে। অভিযানকাৰী ডিজিজিআইৰ বিষয়াসকলে ৫০টাতকৈয়ো অধিক বেগত ৩৫০টা ফাই ল আৰু ২৭০০খন নথি ভৰাই লৈ সেয়া জব্দ কৰিছে।

Also Read:কৰ ফাঁকি: সুগন্ধি দ্ৰব্যৰ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ; জব্দ নগদ ১৭৭কোটি টকা

বাতৰি অনুসৰি, ব্যৱসায়ীগৰাকীৰ বিছনাৰ তলৰ পৰাও নগদ ধন উদ্ধাৰ হৈছে। কোঠাৰ বিছনাৰ তলত পোৱা গৈছে লকাৰ।

অভিযানকাৰী দলে ব্যৱসায়ীগৰাকীৰ কনৌজৰ বাসগৃহৰ চৌহদৰ পৰা ৫০০টা চাবি উদ্ধাৰ কৰিছে। এই চাবিৰে তলা খুলিবলৈ ভিজিলেন্স টীমে বহু কষ্ট কৰিবলগীয়া হয়। তলা ভাঙিবলৈ এক ডজন মেকানিক মাতিবলগীয়া হয়।

বাতৰি মতে, মাটিৰ তলৰ পৰা গাঠে গাঠে টকাৰ টোপোলা উদ্ধাৰ হয়। আনকি, মাটি খান্দি টকা উলিয়াবলৈকো শ্ৰমিক নিয়োগ কৰিবলগীয়া হয়।

Also Read:হাজোৰ বিবাহস্থলীত কুৰুক্ষেত্ৰ! বিয়া চলি থাকোতে আহি ওলাল প্ৰথমা পত্নী; তাৰ পাছত…

মুঠতে ব্যৱসায়ীগৰাকীৰ এই টকা-সম্পত্তিৰ পাহাৰ দেখি অভিযানকাৰী দলৰ লগতে আয়কৰ বিভাগৰ বিষয়াসকলেৰো চকু কপালত উঠা অৱস্থা হৈছে। 

Recent News

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Chit fund fraud in Assam: চিটফাণ্ড গোচৰত পৰিপূৰক অভিযোগনামা দাখিল কৰিলে চিবিআইয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd