• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন দলৰ ‘অস্ত্ৰ’ই কংগ্ৰেছী হৈ তুলিছে ৰিপুণ বৰাৰ অপসাৰণ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 6, 2019 9:39 pm
Person, demanding Ripun's resignation as APCC president, is other party's weapon, says block Congress

ধীৰেন শইকীয়া আৰু ৰিপুণ বৰাৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুণ বৰাক অপসাৰণৰ দাবী তুলি শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি বৰাই মুক্তিযোদ্ধা আৰু কংগ্ৰেছীক জোতাৰ মালা পিন্ধাই গহপুৰত ঘূৰুৱা বুলি এক গুৰুতৰ অভিযোগ আনিছিল ধীৰেন চন্দ্ৰ শইকীয়াই। শইকীয়াৰ এই অভিযোগৰ পাছতেই উভটি ধৰিছে গহপুৰৰ পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছে। শইকীয়াই অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি ব্লক কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি যতীন বৰাই দাবী কৰাৰ লগতে শইকীয়া কংগ্ৰেছৰ কোনো সদস্য নহয় বুলিও দাবী কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত যতীন বৰাই কয়, “ধীৰেন্দ্ৰ নাথ শইকীয়া কেতিয়াও গহপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নাছিল। তেওঁ নিজকে স্বয়ম্ভু ব্লক কংগ্ৰেছৰ সভাপতি বুলি পৰিচয় দিয়াটো অতি লজ্জাজনক। তেওঁ ১৯৯১ৰ পৰা ১৯৯৬লৈকে কংগ্ৰেছৰ এগৰাকী সদস্য আছিল যদিও ১৯৯৬ চনৰ পৰা কংগ্ৰেছ দলটোৰ লগত কোনো যোগসূত্ৰ নাই। তেওঁ কোনো ৰাজনৈতিক দলৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হৈছে।”

Apply Now

লগতে পঢ়ক– মুক্তিযোদ্ধা, কংগ্ৰেছীক ‘জোতাৰ মালা’ পিন্ধাই গহপুৰত ঘূৰোৱা ৰিপুণ বৰাৰ অপসাৰণ দাবী

ইয়াৰোপৰি, ৰিপুণ বৰাই কোনো কংগ্ৰেছী নেতা আৰু মুক্তিযোদ্ধাক জোতাৰ মালা পিন্ধোৱা বুলি অনা অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান জনাই ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, “গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰাৱস্থাত ৰিপুণ বৰা এন এছ য়ু আইৰ কৰ্মী আছিল আৰু ১৯৭৮ চনত জনতা দলৰ চৰকাৰে কংগ্ৰেছৰ আন্দোলনত লাঠিচাৰ্জ কৰিছিল। য’ত বৰা আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল। শইকীয়া প্ৰকৃত কংগ্ৰেছী হোৱাহেঁতেন এই কথা জানিলেহেঁতেন।”

লগতে পঢ়ক– প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত ৰিপুন বৰাৰ

আনহাতে শেহতীয়া লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্য্যয়ৰ পিছতো অসমৰ সভাপতিৰ দায়িত্ব এৰিব নোখোজা বুলি শইকীয়াই তোলা দাবীও ব্লক কংগ্ৰেছে অগ্ৰাহ্য কৰিছে।

“প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সভাপতি পদৰ পৰা অব্যাহতি বিচাৰি দলৰ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু এই বিষয়ত কোনো সিদ্ধান্ত নোহোৱা পৰ্য্যন্ত তেওঁক দিয়া নিৰ্দেশৰ ভিত্তিত তেওঁ দলটো চলাই আছে। এনেস্থলত কংগ্ৰেছৰ লগত কোনো সম্পৰ্ক নথকা স্বয়ম্ভু নেতাই ৰিপুণ বৰাক অপসাৰণৰ দাবী তোলাটো হাস্যকৰ। যোৱা ২৩ বছৰত শইকীয়াৰ ঠগবাজী গহপুৰৰ ৰাইজে জানে,” বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে যতীন বৰাই।

কাৰোবাৰ ষড়যন্ত্ৰৰ দ্বাৰা পৰিচালিত হোৱা শইকীয়াৰ অসত্য, মনে সজা, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত কথাত ৰাইজক বিভ্ৰান্ত নহ’বলৈ ছয়গাওঁ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd