• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীত দোকানৰ ভিতৰত যুৱকক চুৰিৰে হানি-খুচি হত্যা; cctvত বন্দী সমগ্ৰ ঘটনা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 12, 2020 8:36 pm

1 min read

2.9k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে চুৰিৰে আঘাট কৰি এজন যুৱকক হত্যা কৰা হয়।

নুনমাটিস্থিত আৰমাণ্ড হোম ফাৰ্নিছিং নামৰ দোকানখনৰ সন্মুখত সংঘটিত হয় এই নৃশংস ঘটনা।

নিহত যুৱকজনক গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপৰ নিবাসী ৰিতুপৰ্ণ পেগু (২৭) বুলি চিনাক্ত কৰা হৈছে।

সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা ফাৰ্নিচাৰ দোকানখনত থকা cctvত বন্দী হৈ আছে। cctv ফুটেজত নিহত যুৱকজন আৰু অচিনাক্ত তিনিজন যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা দেখা যায়।

পিছত চুৰীৰ আঘাতত ৰাজপথতে ঢলি পৰে ৰিতুপৰ্ণ পেগু।

গুৰুতৰভাবে আঘাতপ্ৰাপ্ত অৱস্থাত নুনমাটি আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত যুৱকজনক হাস্পাতাললৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে দোকানখনৰ মালিক আৰমাণ্ড আলী আৰু কৰ্মচাৰী হুছেইন আলীক আটক কৰি জেৰা চলাই থকাৰ লগতে cctv ফুটেজ পৰীক্ষা কৰি আছে।

Recent News

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd