DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকৰ নকল পৰিচয় পত্ৰৰে অবৈধ সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত ভুৱা সাংবাদিক

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
July 27, 2021 4:40 pm
fake reporter trafficking liquor

ফটো: নৰ্থইষ্ট নাও।

275
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ নিয়মীয়া তালাচীত সুৰাসহ জব্দ কৰা হৈছে এখন বাহন।

আৰক্ষীৰ তালাচীত মহিলাসহ তিনিগৰাকী ব‍্যক্তিক আটক কৰি আৰক্ষীয়ে ইতিমধ‍্যে সোধা-পোছা অব‍্যাহত ৰাখিছে।

আটকাধীন এগৰাকী ব‍্যক্তিয়ে তালাচীৰ সময়ত সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই বাচিবলৈ চেষ্টা কৰে।

তেজপুৰৰ উৎপল কুমাৰ কাকতি নামৰ ব‍্যক্তিগৰাকীয়ে জৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামৰ কাৰ্য‍্যালয় সাংবাদিক বুলি পৰিচয় দিয়ে।

পৰৱৰ্তী সময়ত তেজপুৰৰ জাফাৰ বিষয়ববীয়াৰে যোগাযোগ কৰাত কাকতিৰ সাংবাদিকৰ পৰিচয় ভূৱা বুলি প্ৰমাণিত হয়।

কলিয়াবৰৰ এখন সুৰাৰ বিপনীৰ পৰা অবৈধভাবে সুৰা ক্ৰয় কৰি আনিছিল ভূৱা সাংবাদিক জনে।

ভূৱা সাংবাদিকজনৰ লগতে আটক কৰা আন দুগৰাকী ব্যক্তি হৈছে ক্ৰমে কমল চন্দ্ৰ দাস আৰু দময়ন্তী দাস।

আৰক্ষীয়ে আটক কৰা মাৰুতি ৱাগন আৰ বাহনখনৰ পঞ্জীয়ন নং এ এছ ০১ কে ১৭৯৯।

Recent News

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd