• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাসায়নিক কীটনাশকে ধূমপানৰ দৰেই কৃষকৰ বাবে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে; গৱেষণাত পোহৰলৈ আহিছে তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 10:32 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুমান বিশেষ কীটনাশকৰ সংস্পৰ্শলৈ আহিলে ধূমপানৰ দৰেই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে বুলি এক নতুন অধ্যয়নত প্ৰকাশ পাইছে। গৱেষকসকলে ভাৰতত সাধাৰণতে ব্যৱহৃত চাৰিটাকৈ কীটনাশকক ধৰি মুঠ ৬৯টা কীটনাশক চিনাক্ত কৰিছে যিবোৰ কেন্সাৰৰ আশংকা বৃদ্ধিৰ সৈতে জড়িত।

অধ্যয়নটোৱে দেখুৱাইছে যে নন-হজকিন্স লিম্ফোমা, লিউকেমিয়া, আৰু মূত্ৰাশয়ৰ কেন্সাৰৰ বাবে কীটনাশকৰ সংস্পৰ্শৰ প্ৰভাৱ ধূমপানতকৈ অধিক, যিটো এটা সুপৰিচিত কৰ্কট ৰোগৰ বিপদজনক কাৰক।

ৰকি ভিষ্টা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ইছাইন জাপাটাই কয় যে আমি এই কথা উল্লেখ কৰিছোঁ যে কেৱল এটা নহয়, এই সকলোবোৰ কীটনাশকৰ সংমিশ্ৰণেই গুৰুত্বপূৰ্ণ।

Apply Now

ফ্ৰন্টিয়াৰ্ছ ইন কেন্সাৰ কণ্ট্ৰল এণ্ড ছ’চাইটিত প্ৰকাশিত এই গৱেষণাত ভাৰতত সাধাৰণতে শস্যক কীট-পতংগ আৰু অপতৃণৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা ২,৪-ডি, এচিফেট, মেট’লাক্ল’ৰ, মেথ’মাইলৰ দৰে ৬৯টা কীটনাশকৰ তালিকা সন্নিবিষ্ট কৰা হৈছে।

গৱেষকসকলে নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ) আৰু চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল (চি ডি চি)ৰ তথ্য ব্যৱহাৰ কৰি ২০১৫-২০১৯ চনৰ কৰ্কট ৰোগৰ হাৰ বিশ্লেষণ কৰে। তেওঁলোকে দেখিলে যে বিভিন্ন অঞ্চলত খেতি কৰা শস্যৰ প্ৰকাৰৰ লগত কেন্সাৰৰ আশংকা ভিন্ন হয়।

উদাহৰণস্বৰূপে, পশ্চিম আমেৰিকাৰ কিছু অংশত সুকীয়া কৃষি পদ্ধতিৰ বাবে সকলো কেন্সাৰ বিশেষকৈ মূত্ৰাশয়ৰ কৰ্কট ৰোগ, লিউকেমিয়া আৰু নন-হজকিন লিম্ফোমাৰ বাবে কৰ্কট ৰোগৰ হাৰ অধিক দেখা গৈছিল। এই অঞ্চলসমূহত সাধাৰণতে মধ্য পশ্চিম অঞ্চলৰ তুলনাত অধিক ফল-মূল আৰু শাক-পাচলি উৎপাদন হয়।

আমেৰিকা ভিত্তিক এই অধ্যয়নটোৱেই হৈছে ধূমপানৰ কৰ্কট ৰোগৰ সুপ্ৰতিষ্ঠিত আশংকাৰ সৈতে কীটনাশক ব্যৱহাৰৰ তুলনা কৰা প্ৰথমটো গৱেষণা। গৱেষকসকলে জোৰ দি কয় যে মানুহ সাধাৰণতে কেৱল এটা কীটনাশক নহয়, একাধিক কীটনাশকৰ সংস্পৰ্শলৈ আহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd