• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন শেষ, মধ্যবিত্ত শ্ৰেণীৰ ওপৰত চাপ বৃদ্ধি কৰি অহা সপ্তাহতে বৃদ্ধি হ’ব ইন্ধনৰ মূল্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 7:28 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ইন্ধন আৰু গেছৰ মূল্য বৃদ্ধিৰ পথত মোডী চৰকাৰ। সূত্ৰই জনোৱা মতে, ১৫ মে’ৰ পূৰ্বে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাব।গেছৰ দামও বৃদ্ধি পাব পাৰে। ইতিমধ্যে মোডী চৰকাৰে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে।

জানিব পৰা মতে ইন্ধন তেলৰ মূল্য প্ৰতি লিটাৰত ৪ৰ পৰা ৫ টকা বৃদ্ধি পাব পাৰে। লগতে ১৪.৫ কেজি ৰন্ধন গেছৰ দাম এবাৰতে বৃদ্ধি পাব পাৰে বুলিও কোৱা হৈছে।

Apply Now

পশ্চিম এছিয়াৰ যুদ্ধৰ বাবেই বিশ্বজুৰি তেল সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সেই ভয়াৱহ পৰিস্থিতিত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ভয়ংকৰভাৱে বৃদ্ধি পালেও চৰকাৰে দেশবাসীৰ ওচৰলৈ যুদ্ধৰ প্ৰভাৱ সোমাবলৈ দিয়া নাছিল।

কিন্তু ৫ খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে চৰকাৰে এই বিষয়টোৰ ওপৰত চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি কেইবাটাও সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে আগন্তুক ৫-৭ দিনত প্ৰস্তাৱিত মূল্যবৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

হঠাতে খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে তেল বিপণন কোম্পানী (OMC) সমূহৰ ওপৰত যথেষ্ট চাপ প্ৰয়োগ কৰিছে। দীৰ্ঘদিন ধৰি বৰ্ধিত উৎপাদন ব্যয় অ’এমচিয়ে নিজেই বহন কৰি আহিছে। ইয়াৰ বাবে প্ৰতিমাহে কোম্পানীকেইটাৰ লোকচান হৈছে ৩০ হাজাৰ কোটি টকা।

এই বোজা এতিয়ালৈকে গ্ৰাহকৰ ওপৰত জাপি দিয়া হোৱা নাই। ফলত ক্ৰমান্বয়ে লাভৰ পৰিমাণ কমি আহিছে, যাৰ বাবে কোম্পানীসমূহে চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে।

কিন্তু তেলৰ দাম বৃদ্ধি হ’লে দেশত মুদ্ৰাস্ফীতিৰ সৃষ্টি হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। ফলত এই প্ৰভাৱ নূন্যতম কৰিবলৈও চিন্তা-চৰ্চা আৰম্ভ হৈছে।

মন কৰিবলগীয়া যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে চৰকাৰী তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। বাণিজ্যিক গেছৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১০০-২০০ টকা নহয়, ১৯ কেজিৰ বাণিজ্যিক গেছৰ মূল্য এবাৰতে ৯৯৩ টকাকৈ বৃদ্ধি পালে।

এইটো ইয়াতেই শেষ নহয়, অটোৰ বাবে এল পি জিৰ দামও বৃদ্ধি কৰা হৈছে। অটো ইন্ধনৰ মূল্য একেবাৰতে বৃদ্ধি পাইছে ৬ টকা ৪৪ পইচা। এইবাৰ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত ইন্ধন তেল আৰু ৰন্ধন গেছৰ মাধমাৰ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd