DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষক সকলতকৈ গাহৰি পালক সকলে অধিক উপাৰ্জন কৰে; ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 6:30 pm
323
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ এটা বিতৰ্কিত মন্তব্যৰ ভিডিঅ’ বৃহস্পতিবাৰে ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত ৰতন লালে শিক্ষক সকলতকৈ গাহৰি পালক সকলে অধিক উপাৰ্জন কৰে বুলি মন্তব্য কৰিছিল।

‘‘এগৰাকী শিক্ষকে মাহত ১২০০০ টকা উপাৰ্জন কৰিব পাৰে কিন্তু এগৰাকী গাহৰি পালক মাহত ১৫০০০ টকালৈ উপাৰ্জন কৰিব পাৰে,’’ ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লালে লগতে কয়।

ত্ৰিপুৰাৰ মোহনপুৰত অনুষ্ঠিত এটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

ৰতন লালৰ বিতৰ্কিত মন্তব্যটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰতন লালক ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি দিয়াৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ত্ৰিপুৰাত প্ৰায় ৮০০০ শিক্ষকে চাকৰি হেৰুৱাবলগীয়া হৈছিল।

চাকৰি হেৰুওৱা শিক্ষক সকলে তেওঁলোকৰ হেৰুওৱা চাকৰি ঘুৰাই দিয়াৰ দাবীৰে বৃহস্পতিবাৰে খুমলুং পথ অৱৰোধ কাৰ্য্যসূচী হাতত লৈছিল।

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd