• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কঁঠালতকৈয়ো উপকাৰী আনাৰস: ক’ৰ’ণাই নহয়,কৰ্কটৰ বিৰুদ্ধেও গঢ়ি তোলে প্ৰতিৰোধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 5:21 pm

2 min read

pine
426
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আমেৰিকাৰ হাবিত প্ৰথমে আবিষ্কাৰ হোৱা মাটি কঁঠাল অৰ্থাৎ আনাৰস বিশ্বৰ সকলো দেশতে কম-বেছি পৰিমাণে পোৱা যায়।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এই ফল বিধ প্ৰচুৰ পৰিমাণে পোৱা যায়।

চিনাকি ফল বুলিয়েই আমি বহুতে আনাৰসক সিমান গুৰুত্ব নিদিও যদিও এই ফল বিধৰ গুণ পিছে অপৰিসীম।

ক’ৰ’ণাতংকৰ সময়ত কঁঠালে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বিষয়টো সকলোৰে জ্ঞাত।

কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কঁঠালতকৈয়ো বেছি কাৰ্যকৰী আনাৰস।

কাৰণ যি চি ভিটামিনে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে সেয়া আনাৰসতহে বেছিকৈ থাকে।

একাপ আনাৰসৰ ৰসত প্ৰায় ১৩১ শতাংশ  চি ভিটামিন থাকে।

একেদৰে ৰোগ প্ৰতিৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ফ্লেভ’নইড আৰু ফেন’লিক এচিড আনাৰসত প্ৰচুৰ পৰিমাণে থাকে।

এই দুবিধ উপাদানে আমাক ৰোগৰ বিৰুদ্ধে যুঁজাত সৱল কৰি তোলে।

আনাৰসৰ আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল ই বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিৰুদ্ধে আমাৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে।

সেয়ে ক’ৰ’ণাতংকৰ সময়ত ক’ৰ’ণাৰ লগতে কৰ্কটৰ বিৰুদ্ধেও আমাক শক্তিশালী কৰি তুলিব পাৰে আনাৰসে।

আনাৰস খালে খাদ্যবস্তু হজম হয় বুলি কোৱা হয়। কিন্তু কিয় জানেনে?

আনাৰসত থাকে ব্ৰমেলাইন নামৰ এবিধ বিশেষ এনজাইম।

এই এনজাইম বিধেই প্ৰ’টিন ভঙাত সহায় কৰে।

খুব কাহ হ’লে আধাকাপ আনাৰসৰ ৰসৰ সৈতে মৌ মিহলাই খালে কাহ ভাল হয় আৰু ডিঙিৰ সুৰসুৰণিও কমে।

কাৰণ আনাৰস এণ্টি এলাৰ্জিকো। আনাৰসে বাত বিষৰ ক্ষেত্ৰতো বেছ ভাল কাম দিয়ে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd