• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ! বেংগালুৰুত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 5:03 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেংগালুৰু ভ্ৰমণৰ পূৰ্বে এক ডাঙৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে চহৰখনৰ উপকণ্ঠ অঞ্চলত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানস্থলীৰ ওচৰৰ পৰা দুডাল জেলোটিন ষ্টিক উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি প্ৰশাসনিক মহলত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তীব্ৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে বেংগালুৰুৰ কাগলিপুৰা অঞ্চলৰ এটা আশ্ৰমৰ ওচৰত এই বিস্ফোৰক সদৃশ বস্তুখিনি পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ মূল অনুষ্ঠানস্থলীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা এটা ফুটপাথৰ দাঁতিত এই জেলোটিন ষ্টিককেইডাল পৰি আছিল। প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই সন্দেহজনক বস্তুখিনি চকুত পৰে। লগে লগে বোমা বিশেষজ্ঞৰ দল আৰু ফৰেনচিক বিশেষজ্ঞসকল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰি ধৰে।

Apply Now

এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে। কেনেকৈ আৰু কি উদ্দেশ্যে সেই ঠাইত বিস্ফোৰকখিনি আহিল আৰু ইয়াৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছে নেকি সেই কথা তদন্তকাৰীয়ে পৰীক্ষা কৰি আছে। অৱশ্যে এই বিস্ফোৰকখিনি স্থানীয় কোনো খনি বা শিল ভঙা কামৰ বাবে অনা হৈছিল নেকি সেই সম্ভাৱনাও আৰক্ষীয়ে অস্বীকাৰ কৰা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত আৰ্ট অফ লিভিং ফাউণ্ডেশ্যনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি আধ্যাত্মিকতা আৰু সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ উন্নত ভাৰত গঠনৰ বাবে পৰিৱেশ ৰক্ষা আৰু যুৱশক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে বেংগালুৰু এতিয়া কেৱল প্ৰযুক্তিৰ চহৰ হৈ থকা নাই বৰঞ্চ ই ভাৰতীয় সংস্কৃতিৰো এক কেন্দ্ৰ হৈ পৰিছে। এই চমু ভ্ৰমণতে তেওঁ এটা নতুন ধ্যান কেন্দ্ৰও মুকলি কৰে।

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সুকলমে পাৰ হৈ গ’লেও বিস্ফোৰক উদ্ধাৰৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহয় আৰু এই সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd