• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘প্ৰধান মন্ত্ৰী মোদীয়ে আমাক দিলে এটা হেডলাইন আৰু এখন খালী কাগজ’ : পি চিদাম্বৰম

by
May 14, 2020 7:46 am
P-Chidambaram

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম (ফাইল ফ'টো)

2.2k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাশীক সম্বোধন কৰি ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে।

প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক পেকেজক চিদাম্বৰমে কেৱল মাত্ৰ এটা হেডলাইন আৰু খালী কাগজৰ সৈতে তুলনা কৰিছে।

চিদাম্বৰমে মোদীৰ ভাষণ সন্দৰ্ভত তিনিটা টুইট কৰিছে। তেওঁ লগতে আশা প্ৰকাশ কৰিছে যে আজি বিয়লি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰ্থিকে পেকেজৰ লগতে অৰ্থ ব্যৱস্থা সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিব।

চিদাম্বৰমে টুইটত লিখিছে, ‍‘কালি প্ৰধান মন্ত্ৰী মোদীয়ে আমাক মাত্ৰ এটা হেডলাইন আৰু এখন খালী কাগজ দিছে। আৰু আজি সেই খালী কাগজখন ভৰাবলৈ বিত্ত মন্ত্ৰীৰ ফালে চাই আছো’।

প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে নিজৰ দ্বিতীয়টো টুইটত লিখে যে কি কি ক্ষেত্ৰত কিমান কিমান লাভ কৰে। প্ৰথমতে আমি চাম যে দুখীয়া, ভোকাতুৰ আৰু প্ৰব্ৰজিত শ্ৰমিক সকলে নিজৰ নিজৰ ৰাজ্যলৈ খোজকাঢ়ি যোৱাৰ পিছত কি আশা কৰিব পাৰে।

ইয়াৰ পিছতে চিদাম্বৰমে নিজৰ তৃতীয়টো টুইটযোগে কয় যে বাস্তৱত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলে কি লাভ কৰে।

উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনত বিত্ত মন্ত্ৰীৰ দায়িত্বত থকা চিদাম্বৰমে সোমবাৰেও এটা টুইটৰ জৰিয়তে ৰেইলৱে বিভাগে ট্ৰেইন চলাচলৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছিল।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd