DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এয়া অপূৰণীয় ক্ষতি’, সুৰ সম্ৰাজ্ঞীৰ প্ৰয়াণত শোকাভিভূত প্ৰধানমন্ত্ৰী মোদী; ৰাষ্ট্ৰীয় শোক ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2022 11:08 am
PM Modi with Lata mangeshkar
235
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে পুৱা ৮বাজি ১২ মিনিটত ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে সুৰ সম্ৰাজ্ঞী কিংবদন্তি লতা মংগেশকাৰৰ। কোকিলকণ্ঠী শিল্পীগৰাকীৰ মৃত্যু ভাৰতৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰতৰত্ন লতা মংগেশকাৰৰ পৰলোকপ্ৰাপ্তিত সাংস্কৃতিক জগতত যি শূন্যতাৰ সৃষ্টি হ’ল সেই শূন্যতা কোনোদিনে পূৰণ নহ’ব বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: কিংবদন্তি সুৰ সম্ৰাজ্ঞী, ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহাৱসান

টুইটযোগে নিজে ব্যথিত হৈ পৰাৰ কথা সদৰী কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দুই দিনৰ বাবে ৰাষ্ট্ৰীয় শোক পালনৰ কথাও ঘোষণা কৰিছে।

I am anguished beyond words. The kind and caring Lata Didi has left us. She leaves a void in our nation that cannot be filled. The coming generations will remember her as a stalwart of Indian culture, whose melodious voice had an unparalleled ability to mesmerise people. pic.twitter.com/MTQ6TK1mSO

— Narendra Modi (@narendramodi) February 6, 2022

প্ৰধানমন্ত্ৰীয়ে টুইটত লিখিছে,’’ মই মোৰ শোকৰ কথা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। দয়াশীল তথা মৰমীয়াল লতা দিদিয়ে আমাক এৰি গুচি গৈছে। তেওঁ আমাৰ দেশত যি এক শূন্যতাৰ সৃষ্টি হ’ল সেয়া পূৰণ কৰিব পৰা নাযাব। ভৱিষ্যত প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী পুৰোধা হিচাপে সদায়েই মনত ৰাখিব। তেওঁৰ সুৱদী কণ্ঠৰ মানুহক মন্ত্ৰমুগ্ধ কৰি তোলাৰ এক অতুলনীয় ক্ষমতা আছিল।‘’       

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd