• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধানসভা নিৰ্বাচন ২০২৬: হেট্ৰিকৰ স্বপ্ন! বিজেপি কৰ্মীক বিজয়ৰ মন্ত্ৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:48 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে সোমবাৰে (৩০ মাৰ্চ) ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত বিজেপি-এনডিএৰ বিজয়ৰ হেট্ৰিকৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি আছে বুলিও তেওঁ কৰ্মীসকলক জনায়।

বিৰোধী দলসমূহক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনুপ্ৰৱেশৰ বিষয়টো অসমৰ পৰিচয় আৰু নিৰাপত্তাৰ সৈতে জড়িত।

Apply Now

দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে, “অসমত বিজেপি-এনডিএৰ শক্তিশালী সমৰ্থনৰ ভিত্তি আছে। কিন্তু মই এই সন্দৰ্ভত আপোনালোকৰ মতামত জানিব বিচাৰো।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসমত দীৰ্ঘদিন ধৰি অস্থিৰতাৰ সময়ছোৱা দেখা গৈছে যদিও যোৱা দশকত পৰিস্থিতি সলনি হৈছে।

প্রধানমন্ত্রী মোদীয়ে কয় যে প্রথমবাৰৰ ভোটদাতাসকলক অসমৰ পূর্বৰ কংগ্রেছ চৰকাৰৰ যুগৰ কথা সোঁৱৰাই দিয়াৰ প্রয়োজন৷ তেওঁ কয় যে এটা সৰু ভুলেও ৰাজ্যখনক পিছুৱাই নিব পাৰে।

মোদীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ বাবে শান্তি এক প্ৰাথমিক প্ৰয়োজনীয়তা। লগতে অসম বিধানসভা নিৰ্বাচনৰ সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)ৰ দ্বাৰা সৃষ্টি হোৱা ভিডিঅ’ৰ বিষয়ে মানুহক সজাগ কৰিবলৈ বিজেপি কৰ্মীসকলক আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে কংগ্ৰেছৰ শাসনকালত উগ্ৰপন্থী আৰু ছাত্ৰ সংগঠনৰ সৈতে হোৱা চুক্তি অসাৰ আছিল। বিৰোধীৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে বড়ো সমস্যাক বিশ্বাসঘাতকতা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰখন সমগ্ৰ ভাৰততে মহিলাৰ প্ৰথম পছন্দ…।”

প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি কৰ্মীসকলক কয় যে তেওঁলোকে বংগত চাহ বাগিচাৰ শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অসমীয়া ভোটাৰক অৱগত কৰিব লাগে। পশ্চিমবংগত আনকি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও বন্ধ হৈ পৰা বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কোনোবাই পশ্চিম বংগ আৰু বিজেপি শাসিত ৰাজ্যৰ চাহ বাগিচাৰ পৰিস্থিতিৰ তুলনা কৰে তেন্তে “ডাবল ইঞ্জিন চৰকাৰ”ৰ গুৰুত্ব বুজিব পাৰিব। তেওঁ কয় অসমে ভোটদানৰ অভিলেখ ভংগ কৰিব, কিন্তু আমি বিজয়ৰ অভিলেখো ভংগ কৰিব লাগিব। তেওঁ লগতে কয় যে ইয়াক লাভ কৰিবলৈ আমি বুথ পৰ্যায়ত অভিলেখ গঢ়িব লাগিব। ৯ এপ্ৰিলত অসম বিধানসভাৰ ১২৬খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ৪ মে’ত ভোটগণনা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd