• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰথমটো কোভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে; কংগ্ৰেছ নেতাৰ উপদেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 5:48 pm

1 min read

কোভিড-১৯ যুদ্ধৰ সময়ত ভাৰতে বিশ্বৰ ১৫০ দেশলৈ সাহায্য আগবঢ়াইছে : প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদী

143
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো কোভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে।

বিহাৰৰ কংগ্ৰেছ নেতা অজিত শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো কোভিড-১৯ৰ প্ৰতিষেধক ছিটা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে।

বিহাৰৰ কংগ্ৰেছ নেতা গৰাকীয়ে আমেৰিকা আৰু ৰাছিয়াৰ উদাহৰণ দাঙি ধৰি তেনেবোৰ দেশত ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে প্ৰথমতে কোভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মোদীকো তেওঁলোকক অনুকৰণ কৰিবলৈ আহ্বান জনায়।

মানুহৰ মনত কোভিড-১৯ৰ প্ৰতিষেধক সম্বন্ধে থকা সন্দেহ আৰু অবিশ্বাস দূৰ কৰাৰ বাবেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো কোভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰি উদাহৰণ দাঙি ধৰিব লাগে বুলি কয়।

‘‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ জেষ্ঠ নেতা সকলে প্ৰথমে কোভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰি দেশৰ জনসাধাৰণৰ বিশ্বাস আহৰণৰ চেষ্টা কৰিব লাগে,’’ বিহাৰৰ কংগ্ৰেছ নেতা গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত ইতিমধ্যে দুটা কোভিড প্ৰতিষেধকৰ জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন জনোৱা হৈছে।

অক্সফোৰ্ড আৰু চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিনক ভাৰতত ব্যৱহাৰৰ বাবে অনুমতি দিয়া হৈছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd