DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2021 10:53 am
PM-Modi-750x375
265
VIEWS
Share on FacebookShare on Twitter

দেশত আজিৰ পৰা ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ কোভিড ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে।

আজি পুৱাই প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ এইমছত কোভিড ভেকচিন গ্ৰহণ কৰে।মোদীয় ভেকচিন গ্ৰহণ কৰাৰ কথা টুইটাৰ যোগে ৰাজহুৱা কৰিছে।

তেওঁ দেশবাসীক নিৰ্ভয়ে কোভিড ভেকচিন গ্ৰহণ কৰাৰ আহ্বান জনায়।টুইটাৰত মোদীয়ে লিখিছে—‘ মই ভেকচিন লোৱাৰ যোগ্য সকলো লোককে কোভিডৰ ভেকচিন গ্ৰহণ কৰি দেশক কোভিড মুক্ত কৰি তুলিবলৈ আহ্বান জনাইছো’।

ইপিনে আজি পুৱা ৯ বজাৰ পৰা ভেকচিন গ্ৰহণৰ বাবে ইচ্ছুক লোকসলৰ নাম পঞ্জীয়নৰ কাম আৰম্ভ হৈছে।

www.cowin.gov.in ৱেৱচাইটলৈ গৈ কোভিড ভেকচিন গ্ৰহণ কৰিব বিচৰাসকলে নিজৰ নাম পঞ্জীয়ন কৰোৱাব পাৰিব।

উল্লেখ্য কোভিডৰ ভেকচিন এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো উপলব্ধ হ’ব ।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল’ব নোৱাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভেকচিন যাতে সকলোৱে বহন যোগ্য দামত গ্ৰহণ কৰিব পাৰে সেই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে একোটা কোভিডৰ ভেকচিনৰ মূল্য নিৰ্দ্ধাৰণ কৰি দিছে ২৫০ টকাকৈ।

কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কোভিডৰ ভেকচিনৰ নামত ২৫০ টকাতকৈ অধিক ধন ল’ব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যাব।উল্লেখ্য দেশত চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোভিড যোদ্ধা, স্বাস্থ্যকৰ্মী আৰু নিৰাপত্তা বাহিনীৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদান কৰি আছে।

আজিৰে  পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেদৰে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ওপৰৰ লোকসকলকো ভেকচিন প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।

ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী আৰু কোভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰা হৈছে।ভেকচিনৰ প্ৰথম ডোজ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰৰে ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ গ্ৰহণ কৰিছে।

Recent News

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd