• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ ভেকচিন বিতৰণ সম্পৰ্কীয় বিষয় পৰ্যালোচনা; আজি তিনিখন চহৰ ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2020 6:23 am
pm-modi-jpg
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে, আহমেদাবাদ আৰু হায়দৰাবাদ ভ্ৰমণ কৰিব।

মূলত ক’ৰ’না ভাইৰাছৰ ভেকচিন জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই তিনিখন চহৰত কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে আৰু ভেকচিন প্ৰদানৰ সময়ত কি কি ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে সেই সকলো দিশ পৰ্যালোচনা কৰাৰ অৰ্থে প্ৰধান মন্ত্ৰী মোদীয়ে আজি এই তিনিখন চহৰ ভ্ৰমণ কৰিব।

Apply Now

‘‘প্ৰধান মন্ত্ৰী মোদীয়ে আহমেদাবাদত থকা জায়দুছ বায়োটেক পাৰ্ক, হায়দৰাবাদত থকা ভাৰত বায়োটেক আৰু পুনেত থকা চেৰাম ইনষ্টিটিউট ভ্ৰমণ কৰিব,’’ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা এইদৰে কোৱা হয়।

ইয়াৰ ভিতৰত ভাৰতত ক’ৰ’নাৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আই চি এম আৰৰ সৈতে ভাৰত বায়োটেক আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে চেৰাম ইনষ্টিটিউটে যথেষ্টখিনি আগবাঢ়িছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ ভেকচিনৰ গৱেষণা চলি থকা সময়ৰ পৰাই দেশবাসীৰ মাজত ইয়াক কেনেদৰে বিতৰণ কৰা হ’ব সেই সম্পৰ্কে পৰিকল্পনা গ্ৰহণ কৰি কেইবালানিও বৈঠকত অংশগ্ৰহণ কৰিছে।

শুকুৰবাৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এবাৰ ক’ৰ’নাৰ ভেকচিন উপলব্ধ হোৱাৰ পাছত প্ৰতিগৰাকী দিল্লীৰ নাগৰিকক এই ভেকচিন প্ৰদান কৰাৰ বাবে ইতিমধ্যে দিল্লী চৰকাৰে প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am
SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd