DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধান মন্ত্ৰী মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2020 10:58 am
জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধান মন্ত্ৰী মোদীৰ
179
VIEWS
Share on FacebookShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

”বাপুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেওঁৰ জীৱন আৰু চিন্তাৰ পৰা আমি প্ৰচুৰ শিকিবলগীয়া আছে। উন্নত আৰু সমৃদ্ধ ভাৰত গঢ়াৰ ক্ষেত্ৰত বাপুৰ আদৰ্শই যাতে আমাক সদায় পথপ্ৰদৰ্শন কৰে,” ৰাজঘাটত গান্ধীজীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে উল্লেখ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰীৰ উপৰিও দেশৰ গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি চৰকাৰ আৰু বিৰোধীৰ প্ৰায় সকলো নেতা-কৰ্মীয়ে আজি মহাত্মা গান্ধীক স্মৰণ কৰে।

ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বিজয় ঘাটত উপস্থিত হৈ প্ৰয়াত প্ৰধান মন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে কয় যে, লালবাহাদুৰ শাস্ত্ৰীয়ে সৰলতা আৰু সাধাৰণ জীৱন শৈলীৰে আমাৰ দেশক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত প্ৰচুৰ অৰিহনা যোগাইছিল। সমগ্ৰ দেশে তেওঁৰ কৰ্মৰাজি সদায় মনত ৰাখিব।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd