• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট যেতিয়া লাগে! চাহ বাগিচাত মোডী, মহিলা শ্ৰমিকৰ সৈতে তুলিলে চেলফি, ছিঙিলে চাহপাতো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:43 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বাজিছে নিৰ্বাচনী ৰণঘণ্টা। তেনে পৰিস্থিতিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ ‘আত্মা’ অৰ্থাৎ চাহ শ্ৰমিকৰ হৃদয় জয় কৰিবলৈ নিজেই পোনে পোনে অনুশীলনত নামিল।

আজি পুৱা তেওঁ ডিব্ৰুগড়ৰ এখন চাহ বাগিচা পৰিদৰ্শন কৰে। তাত কৰ্মৰত মহিলা শ্ৰমিকৰ লগত কথা পতাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নিজে হাতেৰে চাহপাত ছিঙে। ৰাজনৈতিক মহলৰ মতে আগন্তুক নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কেৱল সাধাৰণ ভ্ৰমণ নহয়, বৰঞ্চ সুপৰিকল্পিত জনসংযোগ যাত্ৰা।

Apply Now

পুৱা ডিব্ৰুগড়ৰ চাহ বাগিচাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ঘেৰি ধৰিলে  মহিলা শ্ৰমিকসকলে। মোদীয়ে হাঁহি হাঁহি তেওঁলোকৰ অনুৰোধ পূৰণ কৰাৰ লগতে চেলফিও তুলিলে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টতো কেইবাখনো ছবি শ্বেয়াৰ কৰি সমগ্ৰ অভিজ্ঞতাক ‘অতি স্মৰণীয়’ বুলি অভিহিত কৰে।

চাহ শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘চাহ অসমৰ আত্মা।ইয়াৰ চাহে সমগ্ৰ বিশ্বতে নিজৰ সুকীয়া পৰিচয় ৰাখিছে। আজি পুৱা ডিব্ৰুগড়ৰ চাহ বাগিচা পৰিদৰ্শন কৰি তাত থকা মহিলাসকলৰ সৈতে কথা পাতিলোঁ। চাহপাত ছিঙি থাকোঁতে তেওঁলোকে মোক নিজৰ সংস্কৃতিৰ কথা ক’লে আৰু চেলফি তুলিলে।” তেওঁ লগতে উল্লেখ কৰে যে শ্ৰমিকসকলৰ এই নিষ্ঠাই অসমৰ সুনাম আৰু অধিক বৃদ্ধি কৰিছে।

বৰ্তমান ক্ষমতাত আছে ভাৰতীয় জনতা পাৰ্টি। কিন্তু এইবাৰ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই যুঁজত তেওঁলোকৰ মূল প্ৰতিদ্বন্দ্বী হৈছে ৰাষ্ট্ৰীয় কংগ্ৰেছ। অহা ৯ এপ্ৰিলত ৰাজ্যত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব।

বিশেষজ্ঞৰ মতে, অসমৰ ৰাজনীতিত চাহ শ্ৰমিকৰ ভোট বেংক সদায় এক ডাঙৰ কাৰক আৰু নিৰ্ণায়ক শক্তি হৈ আহিছে। গতিকে নিৰ্বাচনৰ ঠিক আগতে ডিব্ৰুগড়ৰ চাহ বাগিচালৈ প্ৰধানমন্ত্ৰীৰ এই জনসংযোগ যাত্ৰা আচলতে বেলট বাকচত ভোটৰ মোটা অংক ডিপোজিট কৰাৰ এক ৰণকৌশল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd