• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰধানমন্ত্ৰীয়ে দুই বন্ধুৰ হাতত দেশৰ সমগ্ৰ কৃষি ব্যৱসায় গতাই দিব বিচাৰিছে : ৰাহুল গান্ধী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 9:30 pm

1 min read

index
303
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুই বন্ধুৰ হাতত দেশৰ সমগ্ৰ কৃষি ব্যৱসায় গতাই দিবলৈ বিচৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ৰাজস্থানৰ ৰাজগড়ত কৃষকসকলক উদ্দেশ্যি তেওঁ কয় যে দেশৰ ৪০ শতাংশ লোকে কৃষি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে।

কৃষকৰ পৰা ক্ষুদ্ৰ আৰু মধ্যম বৰ্গীয় ব্যৱসায়ীসকল ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব বুলি দাবী কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে ইয়াৰ ফলত দেশত ক্ষুধাৰ্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে নিৱনুৱা আৰু আত্মহত্যা আদিৰ দৰে ঘটনাবোৰো বৃদ্ধি পাব।

বিতৰ্কিত তিনি কৃষি আইন প্ৰণয়ন কৰাৰ মূল উদ্দেশ্যও দেশৰ সমগ্ৰ কৃষি খণ্ডৰ ব্যৱসায়ক প্ৰধানমন্ত্ৰীৰ দুই বন্ধুৰ হাতত গতাই দিয়াৰ বাবেই কৰা হৈছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে আজি ৰাজস্থানৰ ৰাজগড়ত দুখন ট্ৰেক্টৰৰ ওপৰত সাজি লোৱা এক মঞ্চৰ পৰাই ৰাহুল গান্ধীয়ে কৃষকক সম্বোধি ভাষণ প্ৰদান কৰে।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd