• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 6:46 am
Rhino-1140x570
204
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। চোৰাং চিকাৰীয়ে গঁড় এটা হত্যা কৰি গঁড়টোৰ খৰ্গ কাটি নিয়ে।

মঙলবাৰে বনবিষয়াসকলে উদ্যানখনৰ ক’হৰা ৰেঞ্জৰ হনুমান ফৰেষ্ট কেম্পৰ ওচৰত গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

‘’তিনি-চাৰিদিন পূৰ্বে গঁড়টোক হত্যা কৰি চোৰাংচিকাৰীয়ে ইয়াৰ খৰ্গটো কাটি নিয়ে,’’-এগৰাকী বন বিষয়াই কয়।

বিষয়াসকলে জানিবলৈ দিয়ে যে চলিত বছৰত উদ্যানখনত এইটোৱে প্ৰথম গঁড় হত্যাৰ ঘটনা।

ইয়াৰ পূৰ্বে যোৱা বছৰৰ আগষ্টত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক’হৰা ৰেঞ্জত গঁড় হত্যাৰ এক ঘটনা সংঘটিত হৈছিল।

সেইদৰে যোৱা ২০২০ৰ মে’ মাহত চোৰাং চিকাৰীয়ে উদ্যানখনত আন এটা গঁড় হত্যা কৰি ইয়াৰ খৰ্গ কাটি নিছিল।

বনকৰ্মীয়ে উদ্যানখনৰ আগৰাতলি ৰেঞ্জৰ অন্তৰ্গত ডুৱামাৰি বিলৰ সমীপত খৰ্গৰে সৈতে গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

ৰাষ্ট্ৰীয় উদ্যানখনত যোৱা ২০২০ত তিনিটা গঁড় চিকাৰৰ ঘটনা সংঘটিত হৈছিল।

ইপিনে, ৰাজ্যৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে কাজিৰঙাত গঁড় হত্যা নিৰ্মূল হোৱাৰ দাবী উত্থাপন কৰাৰ মাজতে পুনৰ গঁড় হত্যাৰ ঘটনাই কিহৰ ইংগিত দিয়ে?

সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফল ওলাবলৈ আৰু মাত্ৰ ১০টা দিন বাকী থকা অৱস্থাত পুনৰ কাজিৰঙাত গঁড় হত্যাৰ ঘটনাই দৰাচলতে কিবা ইংগিত দিছে নেকি সেয়াও লক্ষ্যণীয় হৈ পৰিছে।

যোৱা আঠমাহৰ পাছত পুনৰ কাজিৰঙাত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাৰ আঁৰত ৰাজনৈতিক অভিসন্ধি থকাৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি।

ইয়াৰ পূৰ্বে বন বিষয়া আৰু চোৰাং চিকাৰীৰ মাজত থকা গোপন সম্পৰ্কৰ কথা ইতিমধ্যে পোহৰলৈ আহিছিল।

ৰাজ্যত পুনৰ কাৰ চৰকাৰ হ’ব সেয়া ক’ব নোৱাৰি যদিও কাজিৰঙাত চোৰাংচিকাৰীৰ হাতত পুনৰ অসম গৌৰৱ গঁড় হত্যাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd