• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 4, 2022 7:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ ঘোচখোৰ বদনামক নাইকিয়া কৰিবলৈ যিমানে চেষ্টা নকৰক কিয় সেয়া যেন অসম্ভৱ ৷ কাৰণ উপৰুৱা ধনৰ প্ৰতি থকা লোভ এতিয়াও একাংশ আৰক্ষীয়ে সামৰিব পৰা নাই ৷

তাৰ শেহতীয়া প্ৰমাণ বঙাইগাঁৱত দেওবাৰে পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবে ধন দাবী কৰি এজন আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হোৱা ঘটাই পুনৰ উন্মোচিত কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও সদৰ থানাত কৰ্মৰত আৰক্ষী কনিষ্টবল মজিবৰ ৰহমানে এজন ব্যক্তিক পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ ধনদাবীৰ অভিযোগ উত্থাপিত হৈছিল ৷

Apply Now

জানিব পৰা মতে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৪ নম্বৰ চৌৰাগুৰিৰ সুখীৰাম ভৌমিক নামৰ ব্যক্তিজনে কেইদিনমান পূৰ্বে বঙাইগাঁও সদৰ থানাত বিগত ২০২০ চনত বজ্ৰপাত পৰি মৃত্যু হোৱা আত্মীয় এজনৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ পুলিচ ৰিপোৰ্ট এটা বিচাৰি আহিছিল ৷

কিন্তু এই পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ আৰক্ষী কনিষ্টবল মজিবৰ ৰহমানে ব্যক্তিজনক দহ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ কৰি আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত অভিযোগ দিয়ে ৷ এই ধন দাবীৰ অভিযোগৰ ভিত্তিত পিচত আৰক্ষীয়ে কনিষ্টবল গৰাকীক সোধাপোছা কৰাত ধন দাবীৰ অভিযোগটোৰ সত্যসত্যতা থকাটো ওলাই পৰে ৷

কনিষ্টবলজনে আৰক্ষীৰ আগত ধন দাবীৰ কথা স্বীকাৰ কৰাত কনিষ্টবলজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰা হয় ৷ বঙাইগাঁও সদৰ থানাত ৰুজু হোৱা ৩০৫/২২ (305/22 u/s 163/384/511 IPC) নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে পিচত কনিষ্টবল মজিবৰ ৰহমানক দেওবাৰে গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰ কৰা কনিষ্টবলজনক পিচত আদালতত হাজিৰ কৰাত আদালতে কনিষ্টবল মজিবৰ ৰহমানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ জেললৈ প্ৰেৰণ কৰা আৰক্ষী কনিষ্টবলজনৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰৰ ৪ ৱাৰ্ডৰ টেংনামাৰীত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে এইগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে পূৰ্বৰে পৰা এইদৰে পুলিচ ৰিপোৰ্ট প্ৰদানৰ বাবদ ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd