• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ২০ টকা উৎকোচৰ অভিযোগত জেইল! ৩০ বছৰীয়া আইনী যুঁজত নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছদিনাই মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 10:06 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াকেই আমি ভাগ্যৰ পৰিহাস বুলি কওঁ! মাত্ৰ ২০ টকা উৎকোচ লোৱাৰ অভিযোগ উঠিছিল গুজৰাটৰ আৰক্ষী কনিষ্টবল বাবুভাই প্ৰজাপতিৰ বিৰুদ্ধে। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ তেওঁ ৩০ বছৰ ধৰি আইনী যুঁজ চলাইছিল।

যোৱা ৪ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে তেওঁক নিৰ্দোষী ঘোষণা কৰে। কিন্তু বদনাম আঁতৰিলেও আইনী যুঁজত ভাগৰি পৰা তেওঁৰ শৰীৰে আৰু তেওঁক সংগ দিব নোৱাৰিলে। ঠিক পিছদিনাই মৃত্যুৰ কোলাত ঢলি পৰে প্ৰাক্তন আৰক্ষী কনিষ্টবলগৰাকী।

Apply Now

বাবুভাইয়ে নিশ্চয় নিজৰ নিয়তি আগতেই অনুমান কৰিছিল! আদালতৰ পৰা সকাহ পোৱাৰ পিছত তেওঁ কয়, ‘মই এটা ডাঙৰ বোজা কঢ়িয়াই লৈ ফুৰিছিলো। অৱশেষত মোৰ কান্ধৰ পৰা সেয়া নামিল। এইবাৰ ভগৱানে মোক লৈ গ’লেও মোৰ কোনো আক্ষেপ নাই।’

১৯৯৬ চনত আহমেদাবাদত আৰক্ষী কনিষ্টবল হিচাপে কৰ্মৰত প্ৰজাপতিৰ বিৰুদ্ধে ২০ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। সেই ভিত্তিত তদন্ত আৰম্ভ হৈছিল। দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

পিছৰ বছৰত সত্ৰ আদালতত অভিযোগনামা দাখিল কৰা হয়। দীৰ্ঘদিনীয়া যুক্তি-তৰ্কৰ অন্তত আদালতে প্ৰজাপতিক দোষী সাব্যস্ত কৰে। ন্যায়াধীশগৰাকীয়ে চাৰি বছৰৰ কাৰাদণ্ড আৰু ৩ হাজাৰ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে।

এই ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কাৰাবন্দী প্ৰজাপতিয়ে। তাত ২২ বছৰ ধৰি গোচৰটো বিচাৰাধীন হৈ আছিল। তেওঁৰ অধিবক্তা নীতিন গান্ধীয়ে আদালতত কয় যে সমগ্ৰ গোচৰটো সন্দেহৰ ভিত্তিত সজোৱা হৈছে। অৱশেষত ৪ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে ৰায় দিয়ে। বিচাৰকসকলে কয় যে প্ৰজাপতি নিৰ্দোষী।

৩০ বছৰীয়া দীঘলীয়া আইনী যুঁজত জয়ী হৈ তেওঁ আৱেগিক হৈ পৰিছিল। তাৰ পিছত তেওঁ নিজৰ অধিবক্তাক ধন্যবাদ জনাই ঘৰলৈ উভতি আহিল। অৱশ্যে সেই আনন্দ বেছি দিন নাথাকিল। পিছদিনাই তেওঁৰ মৃত্যু হয়।

প্ৰজাপতিৰ অধিবক্তাইও অনুশোচনামূলক সুৰত কৈছিল যে কালি তেওঁক অফিচত লগ কৰিবলৈ আহিছিল। তেওঁ বৰ আনন্দত আছিল। চৰকাৰী চাকৰিৰ কোনো সুযোগ-সুবিধাই তেওঁ নাপালে। মইও তেওঁক সেইবোৰৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিও। কিন্তু ফোন কৰিয়েই হাৰ্ট এটেকৰ বাবে তেওঁৰ মৃত্যুৰ খবৰটো জানিব পাৰিছো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd