• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত কেইবাটাও মদৰ ঘাটি উচ্ছেদ; চুলাই, লাওপানী প্ৰস্তুত কৰা সামগ্ৰী জব্দ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 19, 2020 6:14 pm
356
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ আবকাৰী বিভাগে আজি জিলা খনৰ কেইবা ঠাইতো অভিযান চলাই  কেইবাটাও মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে যথেষ্ট পৰিমাণৰ দেশীয় চুলাই,  লাওপানী আৰু মদ তৈয়াৰ কৰিবলৈ সংৰক্ষণ কৰি ৰখা সামগ্ৰী নষ্ট কৰে।

ৰাজ্য খনত অব্যাহত থকা ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি বিশ্বনাথ জিলাৰ কিছুমান ঠাইত একাংশ অসাধু ব্যৱসায়ীয়ে  দেশীয় সুৰা প্ৰস্তুত কৰা আৰু বিক্ৰী কৰি থকা গোপন খবৰৰ ভিত্তিত আজি অভিযান চলাই বিশ্বনাথৰ গলীয়া গিৰিন্টাৰ আৰু নীলপুৰৰ  চাৰিটাকৈ মদৰ ঘাটি  উচ্ছেদ কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী জব্দ কৰে।

বিশ্বনাথৰ  আবকাৰী পৰিদৰ্শক শৰৎ চন্দ্ৰ তিমুং, উপ পৰিদৰ্শক জয়ন্ত বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী আবকাৰীৰ দলটোৱে জিলাখনৰ  কেইবাঠাইতো গোপনে চলি থকা দেশীয় সুৰা প্ৰস্তুত কৰা এই  মদৰ ঘাটি কেইটা উচ্ছেদ কৰে।

আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৰ অভিযানৰ উমান পাই সুৰা ব্যৱসায়ৰ লগত জড়িত লোক সকলে পলাই যাবলৈ সক্ষম হয়।

আনহাতে, অভিযানত কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই যদিও অভিযানকাৰী দলটোৱে প্ৰায় দহ লিটাৰ দেশীয় চুলাই, পোন্ধৰ লিটাৰ লাওপানী আৰু চুলাই বনাবলৈ মজুত ৰখা প্ৰায় ৬৫ লিটাৰ ‘পাছ’ জব্দ কৰি নষ্ট কৰি পেলায়।

বিশ্বনাথত অবৈধ সুৰা আৰু সুৰা তৈয়াৰ কৰা ভাটিৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd