• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাৱঁত পত্নীক হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ; আৰক্ষীয়ে খান্দি উলিয়ালে গোপনে পুতি থোৱা মৃতদেহ

তেজস্ব ত্ৰিপাঠী by তেজস্ব ত্ৰিপাঠী
October 13, 2018 8:55 pm
Bongaigaon Murderer

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চম্বাৰু সূত্ৰধৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্মমভাৱে প্ৰহাৰেৰে নিজৰ পত্নীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বঙাইগাৱঁৰ বইটামাৰীৰ দেৱান গাৱঁৰ চম্বাৰু সূত্ৰধৰ (৩৯) নামৰ এজন লোকক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। লগতে সূত্ৰধৰে গোপনে পুতি থোৱা তেওঁৰ পত্নীৰ মৃতদেহটো খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰামতে, যোৱা ৩ অক্তোবৰত চম্বাৰু সূত্ৰধৰে তেওঁৰ পত্নী বিনীতা (৩৫)ক এজন প্ৰতিৱেশীৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পায়। তাৰ পিছতে খঙত একো নাই হৈ তেওঁ পত্নীক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

Apply Now

অতি বেয়াক আঘাতপ্ৰাপ্ত বিনীতাক পিছত চম্বাৰুৱে ১৫ কিলোমিটাৰ আঁতৰত থকা বঙাইগাওঁ অসামৰিক চিকিৎসালয়লৈ নিয়ে। কিন্তু তাৰ চিকিৎসকে বিনীতাৰ অৱস্থালৈ লক্ষ কৰি বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ দিয়ে। পিছে দিন হাজিৰা কৰা চম্বাৰুৱে ৭২ কিলোমিটাৰ আঁতৰৰ বৰপেটাৰ চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বিনীতাক ঘৰলৈ লৈ আনে। চিকিৎসাৰ অভাৱত কালি অৰ্থাৎ ১২ অক্তোবৰত বিনীতাৰ ঘৰতে মৃত্যু হয়। কালি ৰাতিয়েই চম্বাৰুৱে গোপনে বিনীতাৰ মৃতদেহ সৎকাৰ কৰে।

ইফালে বিনীতাৰ মৃত্যুৰ খবৰ পাই প্ৰায় ৬ কিলোমিটাৰ আঁতৰত থকা বিনীতাৰ দেউতাকৰ পৰিয়ালে বিনীতাক চম্বাৰুৱে হত্যা কৰা বুলি বঙাইগাওঁ আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।

এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি বঙাইগাওঁ আৰক্ষীয়ে চম্বাৰুক গ্ৰেপ্তাৰ কৰিছে। চম্বাৰুৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বিনীতাৰ মৃতদেহটো খান্দি উলিয়ায় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চম্বাৰু সূত্ৰধৰ এজনী ১০ বছৰীয়া কন্যা আৰু এটি ৬ বছৰীয়া পুত্ৰৰ বাপেক।

তেজস্ব ত্ৰিপাঠী

তেজস্ব ত্ৰিপাঠী

Stay Connected

  • 117k Fans

Recent News

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm
২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

August 15, 2026 5:47 pm
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm
২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

August 15, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd