• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ত্ৰিপুৰাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড; খণ্ড-বিখণ্ড অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 27, 2020 8:34 pm

1 min read

index.jpg44

দুই অভিযুক্ত যুৱকক উত্তম মধ্যম স্থানীয় লোকৰ, ফ'টো- নাৰ্থ ইষ্ট নাও

51k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ বিশালঘৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে খণ্ড বিখণ্ড অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহটো।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে চেপাহিজালা জিলাৰ অন্তৰ্গত বিশালঘৰ মুৰাবাৰীত মহিলাগৰাকী মৃতদেহটো খণ্ড বিখণ্ড অৱস্থাত এটা পৰিত্যক্ত পুখুৰীৰ পৰা আজি উদ্ধাৰ কৰে।

ঘটনাৰ বিৱৰণী মতে যোৱা কিছুদিনৰ পৰা বিশালঘৰ পৌৰ নিগমৰ চাফাই কৰ্মী মহিলাগাৰী নিৰুদ্দেশ হৈ আছিল। এসপ্তাহ মান কৰ্তব্যতো অনুপস্থিত আছিল মহিলগৰাকী।

কিছুদিন পূৰ্বে মিহলাগৰাকীয়ে কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতাৰ পথ কেইজনমান যুৱকে হাৰাশাস্তি কৰাৰ লগতে ল’কডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা যৌন আতিশৰ্য চলোৱাৰ অভিযোগ কৰিছিল।

পূৰ্বৰ উক্ত অভিযোগৰ ভিত্তিতে স্থানীয় লোকে দুই যুৱক ক্ৰমে সুমন দাস(২৭) আৰু চন্দন দাস(২৭)ক ধৰি উত্তম মধ্যম সুধাই আৰক্ষীক গটাই দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd