• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
August 26, 2022 9:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰংজুলিত মাদ্ৰাছা শিক্ষকৰ এক নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে ৷ সন্দেহজনক মাদ্ৰাছাৰ চৌহদৰ জুপুৰিত নিজ পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ পঁচিশটা দিনৰ অন্তত আৱদ্ধ কৰি ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ দিঘলীবড়ীত আলি আকবৰ নামৰ এজন মাদ্ৰাছাৰ গৰাকী তথা শিক্ষকে দীৰ্ঘদিনৰ পৰা নিজ পত্নীক চলাই আহিছিল অকথ্য নিৰ্যাতন ৷ নিজৰ ঘৰতে স্থাপন কৰা এখন সন্দেহজনক মাদ্ৰাছাৰ এটা জুপুৰিত পত্নীক আৱদ্ধ কৰি ৰখাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই গৈছিল ৷

লগতে পঢ়ক: বিশ্বত প্ৰথম! একেলগে মাঙ্কিপক্স, কোভিড, এইচআইভি- তিনিওটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল এক ব্যক্তি

Apply Now

উল্লেখ্য যে ১২ বছৰ পূৰ্বে মহিলা গৰাকীক বিয়া পাতিছিল আলি আকবৰে ৷ কিন্তু বিয়াৰ কেইবছৰমান পিছত নিজ পত্নীক অন্ধকাৰত ৰাখি ঘৰতে এখন ছোৱালী মাদ্ৰাছা স্থাপন কৰে লোকজনে ৷

পৰৱৰ্তী পৰ্যায়ত মাদ্ৰাছাৰ কাম-কাজ তথা ধনৰ লেনদেন সম্পৰ্কত পত্নীৰ সন্দেহ ওপজে আৰু বিতং জানিব বিচৰাৰ বাবেই শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰা হৈছে লোকজনৰ বিৰুদ্ধে৷ তেতিয়াৰ পৰাই আলি আকবৰে নিৰ্যাতন চলাই আহিছে মহিলা গৰাকীক ৷

নিৰ্যাতন সহিব নোৱাৰি মহিলা গৰাকীয়ে পিতৃগৃহলৈ যায় যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ দ্বাৰা স্বামী গৃহত থৈ যোৱা হয় ৷ কিন্তু তেনে সময়তে আন এগৰাকী মহিলাক বিয়া পাতে লোকজনে ৷ তাৰ পিছৰে পৰা পূৰ্বৰ পত্নীক ধাৰাবাহিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল; অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

আনহাতে, স্বামীৰ দ্বাৰা নিৰ্যাতিতা মহিলা গৰাকীৰ অভিযোগ এটা জৰাজীৰ্ণ জুপুৰিত আৱদ্ধ কৰি বিগত পঁচিশটা দিনে নিৰ্যাতন চলাই আহিছে স্বামী আলি আকবৰে৷ আনকি বাহিৰলৈ ওলাবলৈ নিদিয়াৰ লগতে খোৱা খাদ্য নিদিয়াৰ অভিযোগো তোলে ৷

তদুপৰি অতিপাত গৰমৰ মাজতো এটা অতি কদৰ্য টিনপাতৰ বেৰেৰে নিৰ্মিত ঘৰত আৱদ্ধ কৰি ৰখা বুলি জনায় ৷ সেইদৰে, তালাক দিয়া বুলি স্বামীয়ে ঘৰলৈ যাবলৈও দিয়া বুলি জানিব দিয়ে মহিলা গৰাকীয়ে ৷

ইপিনে, মাদ্ৰাছা খনৰ ভিতৰত কোনো লোকক প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ছোৱালী মাদ্ৰাছা খনত নাই কোনো স্থানীয় ছাত্ৰী ৷ 

লগতে পঢ়ক: আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

এনেদৰে স্থানীয় ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি মাদ্ৰাছাখন স্থাপন কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷

অৱশ্যে ৰংজুলি আৰক্ষীয়ে আৱদ্ধ মহিলা গৰাকীক উদ্ধাৰ কৰিছে যদিও বৰ্তমানো পত্নী নিৰ্যাতনকাৰী স্বামী তথা মাদ্ৰাছা শিক্ষক আলি আকবৰক আটক কৰা নাই ৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd