• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৃষ্টান্তমূলক নিদৰ্শন এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শৰ : কান্ধত তুলি নিলে অচিনাক্ত বৃদ্ধৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 5:48 pm
index.jpgj
225
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শকৰ এক দৃষ্টান্তমূলক কামে দেশজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে।

তেলেংগানাৰ শ্ৰীকাকুলাম জিলাৰ কাশীবুগ্গা আৰক্ষী থানাৰ শিৰিষা নামৰ উপ পৰিদৰ্শকগৰাকীয়ে এটা অচিনাক্ত মৃতদেহ ১ কিলোমিটাৰ দূৰত্ব নিজ কান্ধত ভাৰলৈ অহাৰ বাবে বিশেষভাৱে চৰ্চালৈ আহিছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষী থানাটোৰ অন্তৰ্গত আডভি কুঠুৰা অঞ্চলত এটা অচিনাক্ত মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি উপ পৰিদৰ্শক শিৰিষাই ততাতৈয়াকৈ গৈ সেই স্থানত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হৈয়ে উপ পৰিদৰ্শকগৰাকীয়ে অচিনাক্ত মৃতদেহটো তাৰ পাৰ উঠাই আনিবলৈ সেই স্থানত উপস্থিত থকা লোকসকলক অনুৰোধ কৰে।

কিন্তু অচিনাক্ত মৃতদেহটো তুলি ল’বলৈ কোন লোক আগবাঢ়ি নহাত আৰক্ষী উপ পৰিদৰ্শক শিৰিষাই নিজেই কান্ধত তুলি নিয়াৰ সিদ্ধান্ত লৈ আগবাঢ়ি যায়।

ইয়াৰ পিছতে স্থানীয় এটা স্বেচ্ছাসেৱী সংগঠনৰ দুজনমান সদস্যই শিৰিষাক সহযোগ কৰে আৰু এজনৰ সহযোগ শিৰিষাই প্ৰায় ১ কিলোমিটাৰ দূৰত্ব অনিচাক্ত বৃদ্ধগৰাকীৰ মৃতদেহটো কঢ়িয়াই আনে।

মহিলা আৰক্ষী উপ পৰিদৰ্শক শিৰিষাৰ এই দৃষ্টান্তমূলক কামক তেলেংগানা আৰক্ষীয়ে প্ৰশংসা কৰিছে।

“চেল্যুট মেডাম, আমি গৌৰৱেৰে আপোনাৰ কৰ্মক চেল্যুট দিছো, আপুনি পৰিধান কৰা পোছাকযোৰ আৰু কৰ্তব্যক আপুনি যতাৰ্থতে সন্মানিত কৰিছে।” তেলেংগানা আৰক্ষীয়ে শিৰিষাক প্ৰশংসা কৰি এইদৰে কয়।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd