• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গ আৰু প’প ষ্টাৰ ৰিহানাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 1:28 pm

1 min read

ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গ আৰু প’প ষ্টাৰ ৰিহানাৰ
251
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় প’প ষ্টাৰ ৰিহানা আৰু পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতত চলি থকা কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে।

‘‘আমি কিয় এই বিষয়ে কথা নাপাতিম?! #কৃষকৰ প্ৰতিবাদ,’’ ৰিহানাই এইদৰে টুইট কৰে।

টুইটাৰত ৰিহানৰ ১০০ মিলিয়নতকৈয়ো অধিক অনুৰাগী আছে।

ৰিহানাই টুইট কৰাৰ উপৰিও এন এন এনত প্ৰচাৰিত হোৱা ভাৰতৰ কৃষক প্ৰতিবাদ সম্পৰ্কত এটা বাতৰি শ্বেয়াৰ কৰে।

প্ৰতিবাদী কৃষকৰ প্ৰতিবাদস্থলীত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ প্ৰসংগতো ৰিহানাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আনহাতে, শিশু পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই লিখে, ‘‘আমি ভাৰতৰ কৃষকৰ প্ৰতিবাদৰ সৈতে একতাৰে থিয় হৈছো,’’ গ্ৰেটাই এইদৰে লিখে।

উল্লেখযোগ্য যে, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা হাজাৰ হাজাৰ প্ৰতিবাদী শ্ৰমিকে দিল্লীৰ সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd