• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ দৰদী চিকিৎসক, সু-সাহিত্যিক ডাঃ সুশীল কুমাৰ ওজাৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 11:07 am
43131647_966240456909489_7201090190226489344_n
506
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ এগৰাকী মানৱদৰদী  চিকিৎসক কবি, গীতিকাৰ, সাপ্তাহিক বৰপীঠ কাকতৰ প্ৰাক্তন সম্পাদক ডাঃ সুশীল কুমাৰ ওজাৰ বৃহস্পতিবাৰে পৰলোকপ্রাপ্তি ঘটে। তেওঁৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰে।

যোৱা ১৭ ছেপ্টেম্বৰত নিজৰ ব্যক্তিগত চিকিৎসা কেন্দ্ৰ প্ৰাগজ্যোতিকাত ৰোগীৰ চিকিৎসাত ব্যস্ত থকাৰ সময়তে মগজুৰ ৰক্তক্ষৰণ হৈ ডাঃ ওজা ঢলি পৰে। তেওঁৰ পৰিয়ালৰ লোকে লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলে লৈ যায়।

২২ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় ৰহমান হাস্পাতলত তেওঁৰ মগজুৰ অস্ত্রোপচাৰ সম্পন্ন হয়। সেইদিন ধৰি তেওঁ চিকিৎসালয়খনতে কমা অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে দুপৰীয়া প্রায় ১২ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত ডাঃ ওজাৰ বয়স আছিল ৬০ বছৰ।

বৰপেটা চহৰৰ দহাটীৰ প্রয়াত দেৱেন্দ্ৰ নাথ দাস আৰু প্রমদা বালা দাসৰ পঞ্চম পুত্র সুশীল কুমাৰ ওজাই ১৯৮৩ চনত  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এম বি বি এছ ডিগ্রী লাভ কৰে। তেওঁ গৃহ চহৰ বৰপেটালৈ আহি চৰকাৰী চাকৰিৰ পৰিৱর্তে বৰপেটাত ব্যক্তিগত চিকিৎসা সেৱাৰ লগতে সামাজিক কাম কাজতো জড়িত হৈ পৰে।

বৰপেটা চহৰৰ কমলাকান্ত পথত প্রাগজ্যোতিকা নামৰ এখন ব্যক্তিগত চিকিৎসা কেন্দ্র প্রতিষ্ঠা কৰি তাতেই তেওঁ চিকিৎসা সেৱা আগবঢ়াইছিল।

চিকিৎসা সেৱাৰ ব্যস্তাতৰ মাজতে ডাঃ ওজাই তেওঁৰ সাহিত্য-সাংস্কৃতিক জগতৰ প্ৰতি থকা আৰ্কষণৰ বাবে এই বিষয়ত জড়িত হৈ পৰিছিল। এগৰাকী কবি, গীতিকাৰ হিচাপে পৰিচিত ডাঃ সুশীল কুমাৰ ওজা সাপ্তাহিক বৰপীঠ কাকতৰ সম্পাদকো আছিল। ১৯৮৯ চনত বৰপেটাৰ পৰা তেওঁ গণ কবিতা নামৰ এখন কবিতা আলোচনী প্ৰকাশ কৰি উলিয়াইছিল।

বৰপেটাৰ এগৰাকী সৰবৰহী চিকিৎসক তথা সাংস্কৃতিক চেতনাসম্পন্ন সংবেদনশীল ব্যক্তি ডাঃ ওজাৰ নশ্বৰ দেহত বৃহস্পতিবাৰে বৰপেটাত বিপুল সংখ্যক গুণমুগ্ধই  শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd