DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

COVID-19ৰ লকডাউনৰ সময়তে পৰ্ণছাইটত অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে য়ুজাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 10:59 am
pornhub-1140x570
17.8k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰজোৰা ২১ দিনীয় COVID-19ৰ লকডাউনৰ সময়ত দেশৰ জনসাধাৰণে বিভিন্ন মনোৰঞ্জনৰ বিষয়সমূহত ব্যস্ত হৈ পৰিছে।

এনে এক মনোৰঞ্জনৰ মাধ্যম পৰ্ণছাইটসমূহ। চৰকাৰে লোকসকলক ঘৰতে আৱদ্ধ কৰি ৰখাত উৎসাহ যোগাবলৈ বহুকেইটা এনে পৰ্ণছাইটৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিছে।

বিশ্বৰ প্ৰাপ্তবয়স্কৰ বাবে মনোৰঞ্জনৰ এটা অন্যতম বৃহৎ ৱেবছাইট পৰ্ণহাবৰ মতে, লকডাউনৰ আৰম্ভ হোৱাৰে পৰা ভাৰতীয়সকলে ৱেবছাইটটো চোৱাৰ মাত্ৰা বৃদ্ধি পাইছে।

যোৱা ২ এপ্ৰিলত পৰ্ণহাবে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে কৰ’নাভাইৰাছ মহামাৰীৰ এই সময়ছোৱাত ভাৰতত ইয়াৰ বজাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে।

পৰ্ণহাবৰ শেহতীয়া তথ্যই লগতে দেখুৱাইছে যে ৱেবছাইটটোত কৰ’না চাৰ্ছ বা কোভিডৰ বাবে ১৫ নিযুততকৈয়ো অধিক চাৰ্ছ হৈছে।

লকডাউনৰ সময়ত পৰ্ণহাবে ইয়াৰ প্ৰিমিয়াম একাউন্টৰ বাবে এমাহৰ বিনামূলীয়া অফাৰ ঘোষণা কৰাৰ বাবেও ভাৰতত ইয়াৰ দৰ্শক বৃদ্ধি পোৱাত সহায় কৰা বুলি অনুমান কৰা হৈছে।

পৰ্ণহাবে সদৰী কৰা তথ্য মতে ভাৰতত লকডাউন ঘোষণা কৰাৰ পাছতে ইয়াৰ দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে।

ৱেবছাইটোৱে যোৱা ২৪ মাৰ্চৰ পাছত ভাৰতত ২৩ শতাংশ ট্ৰেফিক বৃদ্ধি পোৱা বুলি সদৰী কৰিছে।

ভাৰতত যোৱা ২৭ মাৰ্চত সৰ্বাধিক ৯৫.৩ শতাংশ য়ুজাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। উল্লেখ্য যে পৰ্ণহাব ৱেবছাইটটো ভাৰতত নিষিদ্ধ কৰা আছিল।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd