DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিৱসাগৰত পুষ্টি বাগান নিৰ্মাণৰ শুভাৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 25, 2020 6:27 pm
appppp
210
VIEWS
Share on FacebookShare on Twitter

 ৰাষ্ট্ৰীয় পোষণ মাহ-২০২০ ৰ লগত সংগতি ৰাখি  শিৱসাগৰ জিলা গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৩২ নং চেৰেকাপাৰ হাতীমূৰীয়া অঙ্গনবাদী কেন্দ্ৰত “পুষ্টি বাগান” নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান আৰু এখনি সজাগতা সভা সফলভাৱে অনুষ্ঠিত কৰা হয়।

ক’ভিড-১৯ সংক্ৰান্তীয় স্বাস্থ্যবিধি পালন কৰি অনুষ্ঠিত এই সজাগতা সভাত সভাপতিত্ব কৰে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে। তেওঁ এগছি বন্তি প্ৰজ্বলন কৰি আৰু গছপুলি ৰোপণ কৰি “পুষ্টি বাগান” খনৰ শুভাৰম্ভ কৰে।

সভাত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্বাচিত ১০ টা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ হাতত বিভিন্ন উদ্যান শস্যৰ বীজ বিতৰণ কৰাৰ লগতে একোখনকৈ হাতপুথিও দিয়া হয়।

এই অনুষ্ঠানতে অঙ্গনবাড়ী কৰ্মীসকলৰ দ্বাৰা এখনি প্ৰদৰ্শনীমূলক পুষ্টি মেলাৰো আয়োজন কৰা হয়।

এই অনুষ্ঠানত শিৱসাগৰ গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া দুদু দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰদীপ সন্দিকৈ, বিষয়বস্তু বিশেষজ্ঞা ডঃ তচলিমা বেগম, ডঃ শুভাশ্ৰী দিহিঙীয়া, ৩২ নং চেৰেকাপাৰ হাতীমূৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিৱসাগৰ গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাসকল, সিংহদুৱাৰ দিহিঙীয়া গাঁৱৰ গাওঁবুঢ়া পদ্ম গগৈ, ১০ টা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ লগতে পোষণ অভিযান আৰু মহিলা শক্তি কেন্দ্ৰ, শিৱসাগৰৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Recent News

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd