• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
October 5, 2020 1:58 pm
aaaa power
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি  সমগ্ৰ ভাৰতবৰ্ষতে বিদ্যুত্ কৰ্মচাৰী মহাসংঘ আৰু ৰাষ্টীয় বিদ্যুত্ অভিযন্তা আৰু বিদ্যুত্ কৰ্মচাৰী ৰ সমন্বয় ৰক্ষী সমিতিৰ যুটীয়া আহ্বানত ৰাজহুৱা খণ্ডৰ শক্তি বিতৰণ কোম্পানী সমূহক ভাৰত চৰকাৰে ব্যক্তিগত কৰণৰ যি ব্যবস্হা কৰিছে তাৰ প্ৰতিবাদত প্ৰতিবাদ দিৱস পালন কৰিছে ।

অসমতো আসাম ষ্টেট পাৱাৰ  ৱ’কাৰ্চ ইউনিয়নে অসম শক্তিবিতৰণ কোম্পানীকে ধৰি দেশৰ শক্তিবিতৰণ কোম্পানী সমূহ ব্যক্তিগতকৰণৰ চৰকাৰে যি প্ৰস্ততি কৰিছে  আৰু কৰ্ত্পক্ষই বিদ্যুত কৰ্মচাৰীসকলৰ পদোন্নতিকে ধৰি  ৩য়, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী্ৰ servicr regulation  প্ৰৱৰ্তন নকৰা, সকলো ক্লাৰিকেল কৰ্মচাৰীৰ চাকৰি একেধৰণৰ নকৰা (ৱান টায়াৰ)ৰ  প্ৰতিবাদত সমগ্ৰ অসমৰ অসম শক্তিবিতৰণ কোম্পানী , অসম শক্তি উৎপাদন নিগম আৰু অসম বিদ্যুত্  সংবহন নিগমৰ কাৰ্যালয় সমূহৰ সন্মুখত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী কোভিদ ১৯ ৰ নিয়ম নীতি মানি ৰূপায়ণ কৰে।

Apply Now

উল্লেখ্য যে ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ শক্তি বিতৰণ কোম্পানী সমূহ ব্যক্তিকৰণৰ জৰিয়তে সাধাৰণ  বিদ্যুত উপভোক্তা ৰাইজৰ ওপৰত বিদ্যুতৰ মুল্যবৃদ্ধিৰ জৰিয়তে মাধমাৰ শোধাবলৈ বিচৰাৰ লগতে   বিদ্যুত বিষয়া কৰ্মচাৰী সকলৰো দৰমহা  পেঞ্চন গ্ৰেচুইটিৰ দ্বায়িত্বৰ পৰা চৰকাৰে অব্যাহতি লৈ বিষয়া কৰ্মচাৰী সকলৰ ভৱিষ্যত গভীৰ অন্ধকাৰলৈ থেলি দিছে।

সাধাৰণ জনতাৰ ওপৰত বিভিন্ন প্ৰকাৰে ৰামটাঙোন মৰা আৰু চৰকাৰী কৰ্মচাৰী সকলৰ মাজত অনিশ্চয়তাৰ  সৃষ্টি কৰাই হৈছে মোডী চৰকাৰৰ ভাল দিনৰ নমুনা । অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ উত্তৰসূৰী তিনিওটা কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰি ইউনিয়নৰ সভাপতি ব্ৰজেন বৰি ,কাৰ্যকৰী সভাপতি লীলা চাংমাই  আৰু সাধাৰণ সম্পাদক অমিত কৰে কয় যে অদক্ষ পৰিচালনা আৰু একাংশ দুৰ্নীতি পৰায়ণ বিষয়াৰ বাবেই চৰকাৰক ব্যক্তিগতকৰণৰ সুযোগ দিছে ।

ইউনিয়নৰ কৰ্মকৰ্তাই  দুৰ্নীতি অনিয়ম আঙুলিয়াই দেখুৱালেই কৰ্তৃপক্ষই বদলি কৰি হাৰাশাস্তি কৰে । কাৰ্বি লাংপি জলবিদ্যুত কেন্দ্ৰৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে তাৰ বাবে ইউনিয়নে কৰ্তৃপক্ষকেই জগৰীয়া কৰে।

নেতাদ্বয়ে অসম চৰকাৰকো তীব্ৰ সমালোচনা কৰি কয় জিষ্ণু বৰুৱা  অধ্যক্ষ পদত থাকোতে কঠোৰ পৰিশ্ৰম আৰু সুস্হ প্ৰশাসনৰ জৰিয়তে অসম শক্তিবিতৰণ কোম্পানীকে ধৰি তিনিওটা কোম্পানীৰ যথেষ্ট উত্তৰণ ঘটাইছিল আৰু লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

কৰ্মচাৰীৰ সমস্যাৰ প্ৰতিও তেখেত আছিল সহানুভূতিশীল  । এনে এজন সুদক্ষ খিলঞ্জীয়া ভূমিপুত্ৰক চৰকাৰে উদেশ্য প্ৰণোদিত ভাৱেই অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰে যাতে অসম শক্তিবিতৰণ কোম্পানী অদক্ষ বিষয়াৰ হাতত পৰি লোকচানমুখী হয় ।

 চৰকাৰে অসম শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণৰ যিকোনো প্ৰচেষ্টা পৰিত্যাগ নকৰিলে আৰু কৰ্তৃপক্ষই কৰ্মচাৰীৰ সমস্যা সমূহ সমাধান নকৰিলে আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নে কঠোৰতম আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলি বিবৃতিটোৰ জৰিয়তে সকিয়াই দিয়ে ।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd