• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতীয় হকী তাৰকা পি আৰ শ্ৰীজেশলৈ ২০২১ বৰ্ষৰ ৱৰ্ল্ড গেমচ্ এথলীট অৱ দ্য ইয়েৰ সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2022 10:56 am
PR Sreejesh
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ অভিজ্ঞ গ’লৰক্ষক পি আৰ শ্ৰীজীশে তেওঁৰ ২০২১ চনৰ প্ৰদৰ্শনৰ বাবে ৱৰ্ল্ড গেমচ্ এথলীট অৱ দ্য ইয়েৰ সন্মান অৰ্জন কৰিছে।

এই সন্মান লাভ কৰা কেৱল দ্বিতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় শ্ৰীজেশ। ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত ভাৰতৰ মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালে এই সন্মান লাভ কৰিছিল।

Apply Now

TheWorldGames.org ত বিশ্বব্যাপী অনুৰাগীৰ ভোটৰ ভিত্তিত শ্ৰীজেশে ২৪ গৰাকী খেলুৱৈৰ তালিকাত শীৰ্ষত থাকে। শ্ৰীজেশে ১,২৭,৬৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা স্পেনিছ এথলীট স্পোৰ্ট ক্লাইম্বিং এচ এলবাৰ্ট গিনেছ লোপেজে ৬৭,৪২৮ টা ভোট লাভ কৰে।

এই সন্মান লাভ কৰি অত্যন্ত সন্মানিত হোৱা বুলি মন্তব্য কৰে শ্ৰীজেশে। ৱৰ্ল্ড গেমচ্ এথলীট অৱ দ্য ইয়েৰ সন্মানৰ বাবে মনোনীত কৰাৰ বাবে FIH ক ধন্যবাদ জনোৱাৰ লগতে তেওঁক ভোট দিয়া প্ৰতিজন ভাৰতীয় হকী প্ৰেমীক ধন্যবাদ জনায় তাৰকা খেলুৱৈ গৰাকীয়ে।

তিনিবাৰৰ অলিম্পিয়ানগৰাকীয়ে ব্যক্তিগত সন্মানতকৈ দলীয় সফলতাক অগ্ৰাধিকাৰ দিয়ে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, “এয়া কেৱল ৩৩ জন খেলুৱৈৰ দল নহয়, ইয়াৰ আঁৰত বহুতো লোক জড়িত আছে। প্ৰশিক্ষণ কৰ্মচাৰী, সহায়ক কৰ্মচাৰী, হকী ইণ্ডিয়াৰ দৰে এক সংগঠন আছে যি আমাক যথেষ্ট সমৰ্থন কৰি আছে।”

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)- এ প্ৰশিক্ষণৰ বাবে সকলো বিশ্বমানৰ সুবিধা প্ৰদান কৰি আছে বুলিও উল্লেখ কৰে শ্ৰীজেশে। শ্ৰীজেশে লগতে ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত উৰিষ্যা চৰকাৰ অটল সমৰ্থনৰো শলাগ লয়।

ৰাষ্ট্ৰৰ এক সামূহিক প্ৰচেষ্টাৰ ফলতহে এনে স্বীকৃতি লাভ কৰা সম্ভৱ হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্ৰীজেশে।

উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰত FIH ষ্টাৰ্ছ এৱাৰ্ডছত শ্ৰীজেশক ২০২১ বৰ্ষৰ বাবে বছৰটোৰ গ’লৰক্ষক হিচাপে মনোনীত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd