• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰি: আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ পদত্যাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 27, 2020 2:17 pm

1 min read

Pradeep-Kumar-1024x512

প্ৰদীপ কুমাৰ। ফটো সৌজন্য: www.telegraphindia.com

259
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰি পাছত দেওবাৰে আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে পদত্যাগ কৰিছে।

উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদীপ কুমাৰে পদত্যাগ কৰিছে।

ইপিনে, এই কেলেংকাৰিৰ দুই মূল অভিযুক্ত অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকা এতিয়াও পলাতক হৈ আছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্তৰ দায়িত্বত থকা চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চক এই কেলেংকাৰিৰ পুংখানুপুংখ তদন্ত কৰি কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ হ’বলৈ নিৰ্দেশ দিছে।

শনিবাৰে নলবাৰী আৰক্ষীয়ে মহানগৰীৰ থেংক য়ু ল’জত নিৰ্দ্ধাৰিত লিখিত পৰীক্ষাৰ  এদিন পূৰ্বে গোপনে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাঁচগৰাকী প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰে।

নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনৰ ভিতৰত আছে মুকালমুৱা ভাংনামাৰিৰ হৰকত আলী, সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন আৰু পাৰ্থ প্ৰতীম পাঠক।

আনহাতে, তিনিচুকীয়াৰ পৰাও চিআইডিয়ে মূল অভিযুক্ত প্ৰাক্তন ডিআইজি পি কে দত্তৰ এজন ঘনিষ্ঠ জয়দেৱ বৰুৱাক গ্ৰেপ্তাৰ কৰিছে।

Recent News

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd