• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩মাহ ১৪ দিনৰ অন্তত সোঁ-শৰীৰে শিৱসাগৰৰ নিজ গৃহত উপস্থিত প্ৰণৱ কুমাৰ গগৈ; ক’লে বহু কথা

বৰ্তমানলৈকেও মুকলি হোৱা নাই প্ৰণৱ গগৈৰ সৈতে একেলগে অপহৃত বিহাৰৰ ৰাম কুমাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 4, 2021 10:52 am
VideoCapture_20210404-091703

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু উৎকন্ঠাৰ অন্ত পৰিল। পৰিয়াল তথা অসমবাসীৰ কাতৰ অনুৰোধত আলফা স্বাধীনে মুকলি কৰি দিলে কুইপ’ৰ অভিযন্তা প্ৰনৱ কুমাৰ গগৈক।

শনিবাৰে নিশা প্ৰায় ৯ বজাত শিৱসাগৰৰ হাবিৰাম বৰা পথত থকা নিজ গৃহত উপস্থিত হয় আলফা(স্বাধীনৰ)ৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ।

Apply Now

প্ৰণৱ কুমাৰ গগৈ নিজ গৃহত উপস্থিত হোৱাৰ লগে লগেই অঞ্চলটোত আনন্দৰ বন্যা বয়। পৰিয়ালৰ লোকে আলফা (স্বাধীন) সেনাধক্ষ্য পৰেশ বৰুৱাক ধন্যবাদ জনোৱাৰ লগতে অসম চৰকাৰ, কুইপ’ কোম্পানী আৰু সমগ্ৰ ৰাজ্যবাসীক ধন্যবাদ জনায়।

প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে জনোৱা মতে শনিবাৰে পুৱা তেওঁলৈ এটা ফোন কল আহে আৰু জনায় যে আপোনাৰ স্বামীক মুকলি কৰি দিয়া হৈছে,  আপোনালোক আহিব লাগিব বুলি। সেইমতে পৰিয়ালৰ লোক পুৱাই শিৱসাগৰৰ পৰা ৰাওনা হয় আৰু অসম -অৰুণাচল সীমান্তৰ জয়ৰামপুৰ আৰক্ষী থানাত প্ৰণৱ কুমাৰ গগৈক লগ পায়।

ইপিনে এক নতুন জীৱন লাভ কৰা বুলি মন্তব্য কৰে প্ৰণৱ কুমাৰ গগৈয়ে। তেওঁ জনোৱা মতে শুকুৰবাৰে দিনৰ দুই বজাত তেওঁক মুকলি কৰাৰ খবৰ লাভ কৰে আৰু সেই স্থানৰ পৰা তেওঁক অসম অৰুণাচল সীমান্তৰ দিশে লৈ অনা হয়।

নিশা প্ৰায় দহ বজাত এক নিদিষ্ট স্থানত ৰাতিটো কটোৱা হয় আৰু পুনৰ পুৱা ছয় বজাত তাৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু লুংৰী বস্তি নামৰ ঠাইত তেওঁক অকলে এৰি দিয়ে। সম্পূৰ্ণ বাটচোৱা খোজকাঢ়ি অহা বুলি কয় প্ৰণৱ কুমাৰ গগৈয়ে।

আনহাতে, চাৰি মাৰ্চলৈকে একেলগে থকা বিহাৰৰ ৰাম কুমাৰক সেইদিনাৰ পৰা পৃথকে ৰখা হৈছিল। বৰ্তমানলৈকেও ৰাম কুমাৰক মুকলি কৰি দিয়া নাই আলফা(স্বাধীনে)।

আলফা (স্বাধীনৰ) কবলত থকা সময়ত খাদ্য হিচাপে নিমখ ভাতৰ লগতে জংগলত পোৱা শাক, কল পচলা, কলদিল খাইছিল বুলি মন্তব্য কৰে প্ৰণৱ কুমাৰ গগৈয়ে।

দহজনীয়া এটা দলে তেওঁ আৰু ৰাম কুমাৰক অপহৰণ কৰি আনিছিল আৰু পাহাৰৰ লুং লুঙীয়া পথ,  শিলৰ নদী,  ওখ পাহাৰ, হাবি জংঘল অতিক্ৰম কৰি এক নিদিষ্ট স্থানত তেওঁলোকক ৰখা হৈছিল।

এই তিনিমাহ চৈধ্য দিন বহিঃজগতৰ লগতে কোনো সম্পৰ্ক নাছিল তেওঁলোকৰ। তেওঁলোকে গম পোৱা নাছিল আলফা(স্বাধীন)ই বান্ধি দিয়া ডেড লাইনৰ কথা তথা চূড়ান্ত সিদ্ধান্তৰ কথা।

আজি পৰিয়ালৰ লোকক পুনৰ লগ পাই তেওঁ সুখী অনুভৱ হোৱা বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ সতীৰ্থ ৰাম কুমাৰকো অতি সোনকালে মুকলি কৰি দিবলৈ অনুৰোধ জনায় আলফা(স্বাধীনক)।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd