• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ৰ উঃ মাঃ প্ৰথম বাৰ্ষিকৰ বিজ্ঞান আৰু কলা শাখাত আসন হ্ৰাসৰ বিৰোধিতা প্ৰাঞ্জল কলিতাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 12, 2020 9:55 am
index.jpg99.jpg2
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষৰ নামভৰ্তি বাবে জাৰি কৰিলে জাননী।

বিশ্ববিদ্যালয় কতৃপক্ষই জাৰি কৰা জাননীখনত প্ৰমাণ হৈছে পূর্বতকৈ আসনৰ সংখ্যা হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষত।

Apply Now

ক’লা আৰু বাণিজ্যক দুয়োটা শাখাতে আসন হ্ৰাস পোৱাটো চুড়ান্ত হৈছে।

জাননীখনত উল্লেখ থকা অনুসৰি বিশ্ববিদ্যালয়খনত চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত চাৰিটা চেক্সন থাকিব।

প্ৰতিটোতে ৮০ জনকৈ ছাত্ৰ-ছাত্ৰীৰ থাকিব অৰ্থাৎ শ্ৰেণীত মুঠ শিক্ষাৰ্থীৰ সংখ্যা হ’ব ৩২০জন।

আনহাতে ক’লা শাখাত প্ৰতিটো চেক্সনত ১২০জনকৈ ছাত্ৰী-ছাত্ৰীক নামভৰ্তি কৰোৱা হ’ব।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনত যোৱা বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান আৰু কলা শাখাত শিক্ষাৰ্থী আছিল ক্ৰমে ৫০০ আৰু ১৬০ শিক্ষাৰ্থী।

কিন্তু ৰহস্যজনকভাৱে ল’কডাউনৰ মাজতে চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ১৮০খন আসন আৰু কলা শাখাত ৪০খন আসন অর্থাৎ ২২০খন আসন হ্ৰাস কৰিছে বিশ্ববিদ্যালয়খনে।

কতৃপক্ষৰ এই সিদ্ধান্ত বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাই তীব্ৰ বিৰোধিতা কৰিছে।

কলিতাই এই সন্দৰ্ভত কয় “কোনো কাৰণত এই সিদ্ধান্ত মানি নলয় ছাত্ৰ সমাজে। ৰাজ্যৰ মেধা সম্পন্ন প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কটনত পঢ়িব বিচাৰে।”

“তেওঁলোকক উপযুক্ত শিক্ষা পৰা বঞ্চিত হোৱাটো আমি কেতিয়া কামনা নকৰো।লকডাউনৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক।” কলিতাই কয়।

বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থিয় দিবলৈ আহ্বান জনাইছে প্ৰাঞ্জল কলিতাই।

“ইতিমধ্যে শিক্ষাৰ বাণিজ্যিকৰণ আৰম্ভ হৈছে। কটনৰ কোনো গৰিমাৰ ম্লান পৰিবলৈ দিয়া নহ’ব।” কলিতাৰ স্পষ্ট মত।

কোনো কাৰণতে বিশ্ববিদ্যালয়খনৰ আসন হ্ৰাস কৰিবলৈ দিয়া নহব বুলি কয় প্ৰাঞ্জল কলিতাই স্পষ্ট কৰি দিয়ে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd