DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ প্ৰস্তুতি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 27, 2019 6:48 am
শিৱদৌলৰ আলোকচিত্ৰ

শিৱদৌলৰ আলোকচিত্ৰ

407
VIEWS
Share on FacebookShare on Twitter

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদ’লত ৩ ৰ পৰা ৬ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্য্যসূচীৰে  অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। বিগত বৰ্ষৰ পৰা শিৱসাগৰৰ শিৱৰাত্ৰীক এক অনন্য মাত্ৰা প্ৰদান কৰি আৰম্ভ হৈছে আন্ত: ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱখনি উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে।

৩ মাৰ্চৰ সন্ধিয়া ৬ বজাত শিৱ বন্দনাৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতেই উত্তৰ-পূবৰ সাংস্কৃতিক দলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হব।  তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাঙ্কন, ভেশচন, কুইজ, কবিতা আবৃত্তি, শিৱৰ বেশভূষা, ভক্তিমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্য  শিল্পীৰ অনুষ্ঠানৰ লগতে থাইলেণ্ডৰ সাংস্কৃতিক দলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ দ্বাৰা “একাদশ ৰুদ্ৰ অৱতাৰ আৰু ৰাৱণৰ মুক্তি লাভ” ভাওনা প্ৰদৰ্শনেৰে আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ সামৰণি পৰিব।

আনহাতে,  শিৱ দ’ল প্ৰাঙ্গন, ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হবলগীয়া মেলাত তীৰ্থযাত্ৰী আৰু পৰ্যটনৰ বিপুল সমাগমৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে সমগ্ৰ অঞ্চলত নিৰাপত্তা  ব্যৱস্থা কটকটীয়া কৰাৰ বাবে চি চি টি ভি কেমেৰাৰ সংলগ্ন কৰাৰ দিহা কৰিছে। শিৱৰাত্ৰী মহোৎসৱত পূজা অৰ্চনাৰ বাবে অহা তীৰ্থ যাত্ৰীসকলৰ সুবিধাৰ বাবে দ’ল উন্নয়ন পৰিষদৰ অধীনস্থ যাত্ৰী নিৱাসটো সু-সজ্জিত ৰূপত সজাই তোলা হৈছে।

Recent News

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd