• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰস্তুতি সম্পূৰ্ণ : কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 9:41 am
03-12-18 Amingaon- panchayat election ballot box (5)

পঞ্চায়ত নিৰ্বাচনৰ বাবে দূৰণিবটীয়া বোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বোলট বাকচ লৈ ৰাওনা হৈছে নিয়োজিত বিষয়াসকল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১৬ খন জিলাত বুধবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।

কাইলৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজী, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ (মহানগৰ) এই জিলা কেইখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে দূৰণিবটীয়া অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ প্ৰিজাইডিং, পুলিং বিষয়াসকল ৰাওনা হৈছে।

Apply Now

ইপিনে, ভোটকেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। তদুপৰি, ইতিমধ্যে চিনাক্ত কৰা স্পৰ্শকাতৰ কেন্দ্ৰসমূহত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অংশ লোৱাৰ বাবে বিভিন্ন ঠাইত কৰ্মৰত লোকসকলে ভোটদানৰ বাবে নিজ নিজ গৃহলৈ ৰাওনা হৈছে। ৰাজ্যৰ বাহিৰত থকা লোকসকলো প্ৰায় ভোটদানৰ বাবে আহি পাইছেহি। গুৱাহাটীত সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ঠাইবোৰলৈ যোৱা বাছসমূহত যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ দেখা যায়।

আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান সোমবাৰে সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলৰ নেতাসকলে এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে অহা ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। তদুপৰি, ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ১২ ডিচেম্বৰৰ পাছতেই ৰাজ্যখনত ৰাজনৈতিক দলবোৰৰ বৰ্তমান অৱস্থানৰ ছবিখন স্পষ্ট হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd