• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১৮ হেলিকপ্টাৰ য়ুনিট আৰু এয়াৰ ডিফেন্স কলেজলৈ প্ৰেচিডেণ্টছ ষ্টেণ্ডাৰ্ড এণ্ড কালাৰ্ছ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2018 8:24 pm
AIR-FORCE-750x375 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি কোবিন্দে অহা ২৯ নৱেম্বৰত ১১৮ হেলিকপ্টাৰ য়ুনিট আৰু লক্ষ্ণৌৰ মেমাউৰাত থকা এয়াৰ ডিফেন্স কলেজক প্ৰেচিডেণ্টছ ষ্টেণ্ডাৰ্ড এণ্ড কালাৰ্ছ বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান উপলক্ষে গুৱাহাটী বায়ুসেনা ঘাটীত অনুষ্ঠিত আনুষ্ঠানিক পেৰেড অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ চীফ অব এয়াৰ ষ্টাফ অৰূপ ৰাহা উপস্থিত থাকিব বুলি ইষ্টাৰ্ন এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বেল ৰঘূনাথ নাম্বিয়াৰে  আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰচিডেণ্টছ ষ্টেণ্ডাৰ্ড এণ্ড কালাৰ্ছ বঁটা হৈছে সামৰিক বাহিনীৰ য়ুনিটক প্ৰদান কৰা সৰ্বোচ্চ বঁটা। শান্তি আৰু অশান্তিৰ সময়ত ৰাষ্ট্ৰৰ নিৰাপত্তালৈকে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতি হিচাপে এই সন্মান প্ৰদান কৰা হয়।

Apply Now

১১৮ হেলিকপ্টাৰ য়ুনিট (চেলেঞ্জাৰ) হৈছে এমআই-৮ (Mi-8) শ্ৰেণীৰ হেলিকপ্টাৰেৰে সজ্জিত ইষ্টাৰ্ন এয়াৰ কামাণ্ডৰ অধীনস্থ য়ুনিট আৰু গুৱাহাটীৰ সমীপৱৰ্তী বৰঝাৰৰ বায়ুসেনা ঘাটীত অৱস্থিত।  এই য়ুনিটটো ১১৯৭১ চনৰ ২২ নৱেম্বৰত চাবুৱাত আৰম্ভ কৰা হৈছিল।

আনহাতে লক্ষ্ণৌৰ মেমাৰুৱাস্থিত এয়াৰ ডিফেন্স কলেজ ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন আগশাৰিৰ প্ৰতিষ্ঠান।

এইখন এয়াৰ ডিফেন্স কলেজখনেই ভাৰতীয় বায়ুসেনা বাহিনীৰ ফাইটাৰ কণ্ট্ৰোলাৰসকলক প্ৰশিক্ষণ দিয়া একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান। ১৯৫৮ চনত যোধপুৰত ইয়াক কণ্ট্ৰোল এণ্ড ৰিপ’ৰ্টিং স্কুল হিচাপে স্থাপন কৰা হৈছিল।

এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা অতি গুৰুত্বপূৰ্ণ যিহেতু ২০১৮ চনত ডিফেন্স কলেজর হীৰক জয়ন্তী বৰ্ষ। দেশৰ সেৱাত গৌৰৱোজ্জল ৬০ বছৰীয়া সেৱাৰ স্বীকৃতিই স্বৰূপে এই বঁটা অতি গুৰুত্বপূৰ্ণ বুলি নাম্বিয়াৰে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd