• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঐতিহাসিক আঠখেলীয়া নামঘৰৰ সংকট মোচনৰ বাবে সংবাদমেল

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
January 10, 2022 5:07 pm
129
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আভ্যন্তৰীণ সংঘাত মোচনৰ বাবে অনুষ্ঠিত হ’ল এক সংবাদমেল ।

জানিব পৰা মতে নামঘৰ পৰিচালনা সমিতিৰ দুটা পক্ষৰ মাজত হোৱা তীব্ৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাত সকলো সমস্যা অন্ত পেলাবলৈ এই সংবাদমেলৰ আয়োজন কৰে।

আঠখেলীয়া নামঘৰৰ অতিথি শালাত আয়োজন কৰা এই সংবাদমেলত দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে সংবাদ মেলৰ যোগেদি এইকথা স্পষ্ট হ’ল যে ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান আঠখেলীয়া নামঘৰত মূলতে ক্ষমতা লিস্পাৰ বাবেই এই সংঘাতৰ আৰম্ভ হৈছিল।

যিহেতু সংবাদ মেলখনত পৰিচালনা সমিতিৰ কাৰ্যকাল আৰু বিষয়বাবক লৈ দুটা পক্ষৰ মাজত অভিযোগ প্ৰতিঅভিযোগৰ আঙুলি তোলাও দেখা যায়। ।

সংবাদমেলত কৰ্ণধাৰ সমিতিয়ে বৰ্তমান সমিতিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ কৰাৰ লগতে সংবিধান উলংঘা কৰাৰ অভিযোগ আনিছে।

কৰ্ণধাৰ সমিতিয়ে দায়িত্ব লোৱাৰ পিছত বৰ্তমান পৰিচালনা সমিতিয়ে নথি-পত্ৰ কাৰ্যালয়ৰ, চাবি- চমজাই নিদিয়াৰ লগতে বৰ্তমান চাৰিজন বিষয়ববীয়াক বাদ দি বৰ বাৰিক, বাৰিক সকলো একত্ৰিত হৈছে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্তক বিষয়টো মীমাংসা কৰি দিবলৈ সংবাদমেলত দাবী জনায়।

ইফালে আঠখেলীয়া নামঘৰৰ সকলো ধৰণৰ গোচৰ দুই পক্ষই উঠাই লোৱা বুলি সংবাদমেলত উল্লেখ কৰে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd