• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনক লৈ মৰিগাঁও জিলা উপায়ুক্তৰ সংবাদমেল

চানু গগৈ by চানু গগৈ
December 15, 2020 4:53 pm
a morigaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁওজিলা উপায়ুক্ত লীনা দাসে নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে আজি এখন সংবাদমেল আয়োজন কৰে।

উপায়ুক্তৰ সভা কক্ষত আয়োজিত সংবাদমেলত সাংবাদিকক সম্বোধি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে ৩৬টা সংসদীয় সমষ্টিৰ ভিতৰত জিলাখনৰ ১৯টা সমষ্টিত মুঠ ১৮৭ টা কেন্দ্ৰত ভোটকেন্দ্ৰ অনুষ্ঠিত হ’ব ।

Apply Now

ইয়াৰে ১টা সমষ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

বাকী ১৮ টা সমষ্টিৰ পৰিষদীয় নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৩৬৫৫ জন।তাৰে পুৰুষ ভোটাৰ হ’ল ৭২৪৬০ আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল ৭১১৯৪ গৰাকী।

ইয়াৰে এগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে ।ইফালে,নিৰ্বাচনৰ বাবে ২৩০টা ডাঙৰ বেলট বাকছ আৰু ৪০টা মজলীয়া বাকচ সাজু কৰি তুলাৰ বিষয়েও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

পুৱা ৭:৩০ ৰ পৰা ৪:৩০লৈ ভোটদান প্ৰক্ৰিয়াত ১৮০খন গাড়ী ব্যৱহাৰ কৰাৰ উপৰি নিৰ্বাচনত counting supervisior ৬৩জন,সহ৬৩ মাইক্ৰ এডভাইজাৰ ৬৩জন,অতিৰিক্ত হিচাপে ২০জন,Transit officer ২০জন,complitation officer assist. সহ ১১জনকৈ,sealing officer ১১জনৰ লগতে ১৪৭গৰাকী আশাকৰ্মীক নিয়োগ কৰা হ’ব বুলিও সংবাদমেলত সদৰী কৰি উপায়ুক্তগৰাকীয়ে লগতে সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰি চেনিটাইজাৰ মাস্ক,আদিৰ ৱ্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে স্পষ্ট কৰে।

তেনেদৰে মৰিগাঁও মহাবিদ্যালয়ত হ’বলগীয়া ভোটগণনাৰ ক্ষেত্ৰতো উপায়ুক্তগৰাকীয়ে কয় যে,৯টা হলত মুঠ৫৩খন টেবুলত চলিব গণনা।

ইয়াৰে ৫৩ (counting Micro Observer)থাকিব।মুঠ ৩১৩গৰাকী বিষয়াই তদাৰক কৰিব।আনহাতে আইন শৃংখলা জনিত ব্যৱস্থাৰ সম্পৰ্কত সংবাদ মেলত উপস্থিত থকা ড° নন্দসিং বৰকলাই কয় যে ইতিমধ্যে পৰিষদীয় নিৰ্বাচনকলৈ আৰক্ষী প্ৰশাসনেও নিৰ্বাচনটো সুচাৰূপে পালন কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে।

সংবাদমেলত ৰুমী বৰুৱা,(এডিচি),দেৱযানী চৌধূৰী(এডিচি),সঞ্জীৱ কুমাৰ শৰ্মা(এডিচি)ৰ লগতে জিলা জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰী আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকল উপস্থিত থাকে।

উল্লেখৰ আৱশ্যক যে নিৰ্বাচনটোত ভোটাৰ ৰাইজক শান্তি সম্প্ৰীতি অটুত ৰখাই সকলোকে মাস্ক পৰিধান কৰি নিৰ্বাচনো সুচাৰু অংশ লবলৈ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে ৰাইজলৈ আহ্বান জনায়।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd