• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰঝাৰ বায়ুসেনা ঘাটীত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

প্ৰেচিডেণ্টছ ষ্টেণ্ডাৰ্ড এৱাৰ্ড ভাৰতীয় বায়ুসেনাৰ ১১৮ হেলিকপ্টাৰ য়ুনিটলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2018 7:41 pm
AIRFORCE-8-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি ২৯ নৱেম্বৰ বৃহস্পতিবাৰে বৰঝাৰৰ বায়ুসেনাঘাটীত থকা ১১৮ হেলিকপ্টাৰ য়ুনিটত উপস্থিত হয়। বৰঝাৰৰ ভাৰতীয় বায়ুসেনাঘাটীত থকা ১১৮ হেলিকপ্টাৰ য়ুনিট প্ৰেচিডেণ্টছ ষ্টেণ্ডাৰ্ড এৱাৰ্ডৰ বাবে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এটা আনুষ্ঠানিক পেৰেড অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই পেৰেড অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ সৰ্বাধিনায়ক এয়াৰ চীফ মাৰ্শ্বেল বীৰেন্দৰ সিং ধানোৱা।

পেৰেড অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি বিশ্বই ভাৰতক বেলেগ চকুৰে লক্ষ্য কৰিছে। বৰঝাৰৰ বায়ুসেনাঘাটীত ১১৮ হেলিকপ্টাৰ য়ুনিটক প্ৰেচিডেণ্টছ স্পেচিয়েল এৱাৰ্ড আৰু মেমোৱাৰাস্থিত আকাশমাৰ্গ প্ৰতিৰক্ষা মহাবিদ্যালয়ক (Air Defence College) কালাৰ্ছ এৱাৰ্ড প্ৰদান কৰাৰ সময়ত প্ৰদান কৰা ভাষণত তেওঁ কয়, ‘‘মই অলপতে ভিয়েটনাম আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা উভতি আহিছোঁ। এই ৰাষ্ট্সমূহত মই প্ৰতিৰক্ষা, আন্তৰ্জাতিক নিৰাপত্তা, বাণিজ্য, সংস্কৃতি আদি বিভিন্ন পৰস্পৰ স্বাৰ্থজড়িত বিষয়ৰ ওপৰত আলোচনা কৰিছিলো। এই সুদীৰ্ঘ আলোচনাত এটা কথাই স্পষ্ট হৈ পৰিছিল। সেয়া হৈছে বিশ্বই ভাৰতবৰ্ষক আজি নতুন দৃষ্টিৰে অৱলোকন কৰিছে।’’

Apply Now

ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কৈছে যে ভাৰত এক প্ৰধান শক্তি হিচাপে পৰিগণিত হৈছে আৰু আন্তৰ্জাতিক নিৰাপত্তা, বাণিজ্য আৰু ব্যৱসায় আৰু পাৰিপাৰ্শিক সুৰক্ষাৰ উদাহৰণক আকাৰ দিয়াৰ ক্ষেত্ৰত এটা অগ্ৰগণ্য ভূমিকা গ্ৰহম কৰিবলৈ আগবাঢ়িছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আন্তৰ্জাতিক পৰ্যায়ত ভাৰত উজলি উঠাৰ বহুকেইটা মাত্ৰা আছে। এই ক্ষেত্ৰত আমাৰ সামৰিক বাহিনীৰ সাহস আৰু সামৰ্থ্যই বিশেষ মৰ্যাদা লাভ কৰিছে।

উল্লেখ্য যে প্ৰেচিডেণ্টছ স্পেচিয়েল এৱাৰ্ড আৰু কালাৰ্ছ এৱাৰ্ড সেনা বাহিনীৰ ইউনিটক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গোটটোৱে শান্তি আৰু যুদ্ধৰ সময়ত ৰাষ্ট্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানৰ স্বীকৃতি হিচাপে এই সন্মান প্ৰদান কৰা হয়।

উল্লেখ্য যে ১১৮ হেলিকপ্টাৰ য়ুনিট (চেলেঞ্জাৰ) হৈছে  এমআই-৮ হেলিকপ্টাৰ মোতায়েন থকা হেলিকপ্টাৰ আছে। এই য়ুনিটটো ১৯৭১ৰ ২২ নৱেম্বৰত চাবুৱা বায়ুসেনা ঘাটীত স্থাপন কৰা হৈছিল বুলি এয়াৰ মাৰ্শ্বেল নাম্বিয়াৰে জনাইছে।

আনহাতে লক্ষ্ণৌৰ মেমোউৰা বায়ুসেনা ঘাটীত অৱস্থিত আকাশমাৰ্গ প্ৰতিৰক্ষা মহাবিদ্যালয় হৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খনে কেবল ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও  ভগ্নী সেৱাসমূহৰ লগতে বন্ধুভাৱাপন্ন ৰাষ্ট্ৰলৈও পেচাদাৰী প্ৰশিক্ষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd