• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘোষণা হ’ব নেকি ল’কডাউন ৪.০?; আজি নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 12, 2020 6:22 pm

1 min read

namo_1587707705_618x347 new

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

198
VIEWS
Share on FacebookShare on Twitter

দেশত ১৭ মে’ত সামৰণি পৰিবলগীয়া তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ পূৰ্বে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰিব।

তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰাৰ পাছত ক’ৰ’নাৰ সক্ৰমণৰ মাজত কি দৰে দেশক আগবঢ়াই লৈ যোৱা হ’ব নে পুনৰ চতুৰ্থ পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰা হ’ব সেই সম্বন্ধে প্ৰধান মন্ত্ৰীয়ে নিজৰ সম্বোধনত উল্লেখ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰথম পৰ্যায়ৰ ল’কডাউন, দ্বিতীয় পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰাৰ সময়তো ৰাষ্ট্ৰক সম্বোধন কৰিছিল।

প্ৰধান মন্ত্ৰীয়ে ১১ মে’ত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ৬ ঘণ্টাজোৰা দীঘলীয়া ভিডিঅ’ কনফাৰেন্সিঙত মত বিনিময় কৰে।

নৰেন্দ্ৰ মোদীয়ে ল’কডাউনৰ পৰা ওলাই অহা সন্দৰ্ভত ১৫ মে’ৰ পূৰ্বে মুখ্য মন্ত্ৰী সকলৰ পৰা উপদেশ বিচাৰে।

আজি ৰাষ্ট্ৰক সম্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰব্ৰজিত শ্ৰমিক, অৰ্থব্যৱস্থা, ৰে’ল যাতায়ত আদি সন্দৰ্ভতো মতামত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

ভাৰতত তৃতীয় পৰ্যায়ৰ ল’কডাউন শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৭০,০০০ অতিক্ৰম কৰিছে।

দেশত বৰ্তমানলৈ ২৩,০০০ অধিক লোক সম্পূৰ্ণৰূপে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd