• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০২১ত অস্কাৰ বঁটা লাভ কৰিব বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2020 9:10 pm

1 min read

index.jpgl
485
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই আগন্তুক বৰ্ষত বিশ্ব চলচ্চিত্ৰৰ আটাইতকৈ সন্মানীয় অকাডেমি বঁটা লাভ কৰিব।

এই দাবী কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভেৰাইটি নামৰ অনলাইন এটা সংবাদ সংস্থাই।

সংস্থাটোৰ মতে ভৰাতীয় অভিনেত্ৰী গৰাকীয়ে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰিব।

দ্য হোৱাইট টাইগাৰ(The White Tiger) নামৰ ছবিখনত কৰা অভিনয়ে বাবে প্ৰিয়ংকা চোপ্ৰাই আগন্তুক বৰ্ষত শ্ৰেষ্ঠ সহ অভিনেত্ৰী অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে সন্মানীয় অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে সংস্থাটোৱে।

ৰামিন বাহ্ৰানীয়ে পৰিচালনা কৰা দ্য হোৱাইট টাইগাৰত ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱো অভিনয় কৰিছে।

অৱশ্যে বিশ্বত অব্যাহত থকা ক’ৰ’ণা সন্ত্ৰাসৰ বাবে এতিয়াও ছবিখন মুক্তি লাভ কৰা নাই।

খুব কম সময়তে নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কথা দ্য হোৱাইট টাইগাৰ-এ।

মাৰ্কিন সংস্থাটোৰ মতে প্ৰিয়ংকাই আসন্ন অস্কাৰৰ দৌৰত ডাৰ্কছ হৰ্ছ হৈ ধৰা দিব।

Recent News

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd