DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলোচনাপন্থী আলফাই পৰেশ বৰুৱাৰ বিপক্ষে কোনো মন্তব্য নকৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 6:45 pm
Pro-talk-ULFA-general-secretary-Anup-Chetia-750x375
1.4k
VIEWS
Share on FacebookShare on Twitter

আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কৈছে যে অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত তেওঁ পৰেশ বৰুৱাৰ বিপক্ষে কোনো বক্তব্য নাৰাখে। গুৱাহাটীত এখন সংবাদমেলত এই কথা সদৰি কৰি চেতিয়াই কৈছে, ‘‘তেওঁৰ বিৰুদ্ধে ক’বলগীয়া থাকোঁতেও অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মই তেওঁৰ বিৰুদ্ধে কোনো কথা নকওঁ।’’

পৰেশ বৰুৱাই ‘‘আলোচনাপন্থী আলফাৰ চৰকাৰৰ পৰা কিবা লাভ কৰা বা দৰ দাম কৰাৰ কোনো অধিকাৰ বা যোগ্যতা নাই’’ বুলি কৰা মন্তব্যৰ উত্তৰত চেতিয়াই কৈছে, ‘‘পাছত শান্তি আলোচনাৰ প্ৰক্ৰিয়া সফল হ’লে শান্তি চুক্তি স্বাক্ষৰিত হ’ব আৰু তেতিয়া সকলো কথা পৰিস্কাৰ হৈ পৰিব।”

চেতিয়াই কৈছে, ‘‘চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে আমি যথাসাধ্যে কাম কৰি আলোচনা কৰি আছোঁ।’’ শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা আগবাঢ়ি আহিব নে নাহে এই সম্পৰ্কে কোনো মন্তব্য দিয়াৰ পৰা চেতিয়া বিৰত থাকে।

আলফা স্বাধীন আৰু আলোচনাপন্থী আলফাৰ সৈতে থকা অমিলৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘আলোচনাপন্থী আলফাই আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ৰেৱতী ফুকনৰ স্থান সম্পৰ্কে সৈতে কোনো যুক্তি-তৰ্কত যুক্ত হ’ব নিবিচাৰে।’’ চেতিয়াই আৰু কৈছে যে পিচিজিৰ সক্ৰিয় সদস্য ৰেৱতী ফুকনৰ অন্তৰ্ধানৰ ৰহস্য শেষ হোৱা উচিৎ।

চেতিয়াই আৰু কৈছে, ‘‘তেওঁক যদি হত্যা কৰা হৈছে তেতিয়া ইয়াৰ বিচাৰ হ’ব লাগে। আনহাতে ফুকনে যদি আলফাত (স্বাঃ) যোগদান কৰিছে সেয়া আলফাই (স্বাঃ) স্পষ্ট কৰিব লাগে।’’

উল্লেখ্য যে ভাৰত চৰকাৰ আৰু আলফাৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ বাবে ২০০৫ চনত সংগঠনটোৱে পিচিজি গঠন কৰিছিল।

Recent News

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd