• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ জংগী গণতান্ত্ৰিক গণ সংগ্ৰামৰ বিকল্প নাই : জীতেন দত্ত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 27, 2018 6:45 am
IMG-20181026-WA0031

শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত আলোচনাপন্থী আলপা নেতা জিতেন দত্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’জাতি মাটি ভেটিৰ কথা কৈ শাসনত অধিষ্ঠত হোৱা বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন সমৰ্থন কৰি অসমীয়া জাতিক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে। অসমৰ ৰাইজে এই জাতিধ্বংসী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰিছে। মূখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে এই জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি স্থিতি স্পষ্ট নকৰিলে অসমৰ ৰাইজে সোণোৱালক কেতিয়াও ক্ষমা নকৰে।‘’

শুকুৰবাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত উপস্থিত হৈ আলফা নেতা জীতেন দত্তই সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে।

Apply Now

দত্তই কয়, ‘’অসমীয়া জাতি এতিয়া অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। আশীৰ দশকৰ তুলনাত বৰ্তমান অসমীয়া ভাষীৰ সংখ্যা তিনি গুণৰো অধিক হ্ৰাস পাইছে। বাংলাদেশ গঠনৰ পূৰ্বৰে পৰা বৰ্তমানলৈকে অসমত ব্যাপক হাৰত বিদেশীৰ প্ৰব্ৰজন অব্যাহত আছে। এতিয়া হিন্দু বঙালীৰ ৰক্ষক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া ৰাষ্ট্ৰসমুহৰ পৰা অহা বিদেশীক স্থায়ীভাৱে অসমতে সংস্থাপন কৰি অসমখন বঙালী ৰাজ্যত পৰিণত কৰিব বিচাৰিছে।‘’

তেওঁ লগতে কয়, ‘’চুবুৰীয়া ৰাষ্ট্ৰ সমুহৰ পৰা অধিক হাৰত বিদেশী প্ৰব্ৰজন হ’লে অসমৰ জনগাঁথনি ব্যাপক পৰিবৰ্তন হ’ব। অসমতেই অসমীয়া জাতি সংখ্যালঘুত পৰিণত হোৱাৰ লগতে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি সম্পূৰ্ণ ৰূপে বিলুপ্ত হ’ব।‘’

অসমীয়া জাতিয়ে বহু বিদেশী ল’লে, আৰু এজনো বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলি উল্লেখ কৰি দত্তই কয়, ‘’বিদেশীৰ ৰক্ষক বিজেপি চৰকাৰে যদি অসমীয়া জাতিধ্বংসী অভিযান আৰম্ভ কৰে, তেন্তে অসমীয়া জাতিয়ে আৰু সহ্য নকৰে।‘’

তেওঁ কয়, ‘’চৰকাৰৰ এনে জাতিদ্ৰোহী কাৰ্য্যৰ বাবে আছুৰ নেতাকে ধৰি বহু যুৱক ম্যানমাৰলৈ গৈ হাতত অস্ত্ৰ তুলি পুনৰ স্বাধীন অসমৰ উথাপন কৰিছে।‘’ অসমৰ ওপৰত পূৰ্বৰ দৰে কেন্দ্ৰৰ দমন, শোষণ, নিষ্পেষণ চলি থাকিলে অসম অধিক ৰক্তাক্ত হ’ব বুলি জীতেন দত্তই লগতে উল্লেখ কৰে।

সাংবাদিকৰ সন্মুখত আলোচনাপন্থী আলফা নেতা জনে কয় যে,  চৰকাৰ বহু আহিল বহু গ’ল, সকলোৱে কেৱল ভোট বেংক ৰক্ষাৰ বাবে বিদেশীৰ শৰণাপন্ন হৈ অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিলে।সেয়ে এতিয়া অসম আৰু অসমীয়া জাতিক কেৱল অসমীয়া জনতাইহে ৰক্ষা কৰিব পাৰিব।

‘’অসমৰ এনে দুৰ্যোগৰ সময়ত অসমৰ সমুহ সংগ্ৰামী ৰাইজ আৰু জাতি-জনগোষ্ঠীয়ে একত্ৰিত ভাৱে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব লাগিব। সশস্ত্ৰ পন্থাৰে এনে সমস্যা সমাধান কৰাটো সম্ভৱ নহয়। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ আপোচহীন জংগী গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই। সেয়ে অসমক মনে প্ৰাণে ভালপোৱা প্ৰতিজন অসমীয়াই এতিয়া একত্ৰিতভাৱে এখন শক্তিশালী গণতান্ত্ৰিক গণসংগ্ৰাম গঢ়ি তুলিব লাগিব,’’-জীতেন দত্তই দৃঢ়তাৰে মন্তব্য কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd