• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱগঠিত বোকাখাত পৌৰসভাৰ ১০ ৱাৰ্ডৰ প্ৰস্তাৱিত খচৰা প্ৰকাশ

৪২ দিনৰ ভিতৰত আপত্তি দৰ্শাব পাৰিব নাগৰিকে

উত্তম শইকীয়া by উত্তম শইকীয়া
August 11, 2020 8:44 pm
Proposed draft of Bokakhat municipality published
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হোৱা বোকাখাত পৌৰসভাক ১৯৫৬ চনত গৃহীত অসম পৌৰ নিগম আইনৰ ৪নং দফাৰ ১নং উপদফাৰ খ অনুচ্ছেদ অনুসৰি পূৰ্বৰ চাৰিটা ৱাৰ্ডৰ পৰা দহটা ৱাৰ্ডলৈ উন্নীত কৰাৰ খচৰা জাননী প্ৰকাশিত হৈছে৷

যোৱা ৫ আগষ্টত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে প্ৰকাশ কৰা UDD(M)100/2020/21 নিৰ্দেশ অনুসৰি এই খচৰা প্ৰস্তুত কৰি বোকাখাতৰ নাগৰিকৰ বাবে প্ৰকাশ কৰিছে৷

Apply Now

এই খচৰা জাননী মতে বোকাখাত পৌৰসভাৰ ১নং ৱাৰ্ডৰ পূৰ্বৰ সীমাৰ সৈতে উত্তৰে ধনশিৰিমুখ পথৰ মৰিধনশিৰি দলঙলৈকে প্ৰসাৰিত হ’ব৷

২নং ৱাৰ্ডৰ পূৰ্ব পৰিসৰৰ লগতে পশ্চিমলৈ প্ৰসাৰিত হৈ ক’লাখোৱা গাওঁ আৰু দক্ষিণে কৈল্যাণপুৰকো সামৰিব৷

৩নং ৱাৰ্ডৰ পৰিসৰ উত্তৰৰ চাপৰি গাওঁ পথলৈকে প্ৰসাৰিত হ’ব৷  ৪নং ৱাৰ্ড পূবলৈ নাহৰজান তিনিআলি হৈ নাহৰজান ৰোড পাবগৈ৷

৫নং ৱাৰ্ডে পূৰ্বৰ পৰিসৰৰ লগতে কৰৈআটি গাওঁকো সামৰিব৷ খচৰা জাননীৰ মতে ৬নং ৱাৰ্ডে বালিজান গাওঁ আৰু কলাখোৱা গাঁৱৰ একাংশ সামৰিব৷

৭নং ৱাৰ্ডৰ পৰিসৰে বালিজান আৰু কলাখোৱা গাঁৱৰ দক্ষিণাংশ সামৰিব৷

৮নং ৱাৰ্ডে ম’হ মাইকী গাওঁৰ দক্ষিন পশ্চিমাংশ আৰু ৯নং ৱাৰ্ডে উক্ত গাওঁৰে দক্ষিন পুৱ অংশক সামৰাৰ বিপৰীতে প্ৰস্তাৱিত ১০নং ৱাৰ্ডে ৩নং দ গাওঁহৈ পুৱৰ ইকৰাজানলৈকে সামৰিব৷

নগৰ উন্নয়ন বিভাগৰ সচিব ৰবিনচন মুচাহাৰীয়ে স্বাক্ষৰ কৰা এই খচৰা জাননী মতে খচৰাৰ ওপৰত কাৰোবাৰ আপত্তি থাকিলে জাননী জাৰি কৰাৰ পৰা ৪২ দিনৰ ভিতৰত জিলা উপায়ুক্তৰ জড়িয়তে অসম চৰকাৰক জনাব পাৰিব৷

উল্লেখ্য যে ২০১৭ চনৰ ৩০ অক্টোবৰত চৰকাৰী জাননীৰে বোকাখাত নগৰ সমিতিক পৌৰসভালৈ উন্নীত কৰা হৈছিল৷

সদ্য প্ৰকাশিত প্ৰস্তাৱিত খচৰা মতে বোকাখাত পৌৰসভাৰ ১০ ৱাৰ্ডে পৌৰসভা এলেকাৰ ২১ হেজাৰ জনসংখ্যাক সামৰিব৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd