DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন ফেডাৰেচনৰ আহ্বানত যোৰহাটৰ যোগীভেটা চাহ বাগিছাত প্ৰতিবাদী কাৰ্যসূচী

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
May 11, 2020 11:08 pm
3.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন ফেডাৰেচনৰ আহ্বানত আজি যোৰহাটৰ যোগীভেটা চাহ বাগিছাত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু এ আই চি চি টি ইউ ৰ উদ্যোগত চৰকাৰৰ কেবিনেট বৈঠকত শ্ৰমিকৰ কামৰ সময়  ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টালৈ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

ফেক্টৰি শ্ৰমিক, অসংগঠিত খণ্ডৰ শ্ৰমিক আইন উলংঘণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কামৰ সময় বৃদ্ধিৰ লগতে শ্ৰম আইন উলংঘাৰ বিৰোধিতাৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, চৰকাৰক সমালোচনা কৰি ফেইচবুকত পোষ্ট দিয়াৰ অপৰাধত এজন বিজেপি নেতাই বিহালিৰ জিনজিয়া থানাত যি জামিন বিহীন গোচৰ ৰুজু কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ প্ৰচেষ্টা কৰিছে ইয়াৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ কৰি গোচৰ প্ৰত্যাহাৰৰ দাবী জনায়।

আজিৰ কাৰ্যসূচীত সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সম্পাদক জিতেন তাঁতী, টীয়ক চাৰ্কোলৰ সম্পাদক ৰামেশ্বৰ কল, বিপ্লবী যুৱ সন্থাৰ জিলা সভাপতি পবিত্ৰ নায়ক, সদস্য বিবেক মাহালী আদিকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Recent News

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd